ETV Bharat / bharat

ভাৰত-চীন সীমা সন্দৰ্ভত বৈঠক - ভাৰত-চীন

ভাৰত-চীনৰ মাজৰ সীমা সন্দৰ্ভত শুকুৰবাৰে WMCCৰ মাজত অনুষ্ঠিত হ'ব বৈঠক । দুয়োখন দেশৰ মাজত পুনৰ শান্তি প্ৰতিষ্ঠা কৰাৰ বাবেই অনুষ্ঠিত কৰা হ'ব এই বৈঠক ।

ভাৰত-চীন
ভাৰত-চীন
author img

By

Published : Jul 10, 2020, 3:32 PM IST

নিউজ ডেস্ক, ১০ জুলাইঃ শুকুৰবাৰে ভাৰত-চীনৰ সীমান্ত সন্দৰ্ভত পৰামৰ্শ আৰু সমন্বয় (WMCC)ৰ বাবে অনুষ্ঠিত হ'ব বৈঠক । ভাৰতীয় সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰত আৰু চীনৰ সৈনিকৰ মাজত নিষ্ক্ৰিয়কৰণ প্ৰতিক্ৰিয়া পেট্ৰ'লিং পইণ্ট ১৫ত সমাপ্ত হয়, তথা চীনৰ সৈন্যৰ দল প্ৰায় ২ কিলোমিটাৰ পিছুৱাই যায় বুলি জানিবলৈ দিয়ে । চীন আৰু ভাৰত দুয়োখন দেশৰ মাজত পুনৰ শান্তি তথা দুয়োখন দেশৰ মাজত পৰিস্থিতি অধিক অৱনতি হোৱাৰ পূৰ্বেই নিয়ন্ত্ৰণ ৰেখাৰ পৰা চীনৰ সৈন্য দল ২ কিলোমিটাৰলৈ পিছুৱাই যায় ।

আনহাতে, সীমা বিষয় সন্দৰ্ভত ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা অজিত দোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাংগ য়িয়ে ফোনযোগে "frank and in-depth exchange"ৰ সন্দৰ্ভত বাৰ্তালাপ কৰে ।

লগতে পঢ়কঃ নেপালত কেবল অপাৰেটৰ সকলে বন্ধ কৰি দিলে ভাৰতীয় নিউজ চেনেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.