ETV Bharat / bharat

আৰম্ভ হ'ল তেলাংগানা বিশেষ 'ফিছ প্ৰসাদম' - তেলেঙ্গনা

লোক বিশ্বাস অনুসৰি এজমা ৰোগত আক্ৰান্ত ৰোগীসকলৰ লগতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকসকলে এই দৰববিধ সেৱন কৰিলে অতি শীঘ্ৰে উক্ত ৰোগৰ পৰা পৰিত্ৰাণ পাব বুলি লোকবিশ্বাস ৷ ভিডিঅ'ত দেখা পোৱাৰ দৰে এই দৰববিধত মাছ অতি প্ৰয়োজনীয়৷

আৰম্ভ হ'ল তেলেঙ্গনা বিশেষ " ফিছ প্ৰসাদম"
author img

By

Published : Jun 9, 2019, 3:17 PM IST

নিউজ ডেস্ক, 9 জুনঃ আৰম্ভ হ'ল তেলাংগানাৰ বাৰ্ষিক "মছলি প্ৰসাদম" অনুষ্ঠান ৷ বছৰ বছৰ ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা এই দিনটোৰ বাবে 1 লক্ষাধিকতকৈ অধিক লোক হায়দৰাবাদত আহি উপস্থিত হয় ৷

লোক বিশ্বাস অনুসৰি এজমা ৰোগত আক্ৰান্ত ৰোগীসকলৰ লগতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকসকলে এই দৰববিধ সেৱন কৰিলে অতি শীঘ্ৰে উক্ত ৰোগৰ পৰা পৰিত্ৰাণ পাব বুলি লোকবিশ্বাস ৷ ভিডিঅ'ত দেখা পোৱাৰ দৰে এই দৰববিধত মাছ অতি প্ৰয়োজনীয়৷

আৰম্ভ হ'ল তেলেঙ্গনা বিশেষ " ফিছ প্ৰসাদম"

উল্লেখ্য যে এই অনুষ্ঠানৰ মুখ্য আয়োজকে দিয়া তথ্য অনুসৰি বিগত 174 বছৰৰ পৰা তেওঁলোকৰ পৰিয়ালটো এই কাৰ্যৰ লগত জড়িত হৈ আছে৷

Hyderabad, June 09 (ANI): People throng to Hyderabad for the annual 'fish prasadam' (live fish) ritual commenced on June 08. More than one lakh people participated from different states. It is believed that public who are suffering with respiratory problems including Asthma will get relief totally. The people are advised not to drink water until 30 minutes after the 'prasadam' is consumed. More than two thousand police men have been deployed. There are also more than 40 CCTV cameras have been installed in the ground to monitor the things. While speaking to ANI, Chief Organiser of the event said, "Our family has been organising this event for 174 years, this fish prasadam helps in cough, asthma and other respiratory problems."
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.