ETV Bharat / bharat

কেব সন্দৰ্ভত উত্তৰ পূবৰ প্ৰতিনিধিৰ সৈতে অমিত শ্বাহৰ বৈঠক - ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ

তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে আগন্তুক সপ্তাহত সংসদত এই বিলখন উত্থাপন কৰিবলৈ প্ৰস্তুতি চলাই আছে ৷

Amit shah
অমিত শ্বাহ
author img

By

Published : Nov 30, 2019, 9:49 PM IST

নিউজ ডেস্ক, 30 নৱেম্বৰঃ শনিবাৰে গৃহ মন্ত্ৰী অমিত শ্বাহে মেঘালয়, নাগালেণ্ড, অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি সকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ ইয়াৰোপৰিও ছাত্ৰ সংগঠনৰ প্ৰতিনিধি আৰু নাগৰিক সমাজৰ সদস্যকো সাক্ষাৎ কৰে গৃহ মন্ত্ৰী মন্ত্ৰী গৰাকীয়ে ৷

শ্বাহে বৈঠকত উপস্থিত থকা ৰাজ্যৰ প্ৰতিনিধি সকলক কেবৰ ওপৰত সমৰ্থন জনাবলৈও আহ্বান জনায় ৷ তথ্য অনুসৰি, কেন্দ্ৰীয় চৰকাৰে আগন্তুক সপ্তাহত সংসদত এই বিলখন উত্থাপন কৰিবলৈ প্ৰস্তুতি চলাই আছে ৷

আৰু পঢ়কঃ NRC ৰাজ্যিক ভাৰপ্ৰাপ্ত সমন্বয়কৰ দায়িত্বত বাবুলাল শৰ্মা

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে ৰাতি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ আৰু মিজোৰামৰ প্ৰতিনিধিৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দুখনকৈ বৈঠকত মিলিত হয় ৷ দিল্লীৰ অসম ভৱনত অনুষ্ঠিত হৈছিল এই বৈঠক ৷

Intro:New Delhi: Union Home Minister Amit Shah on Friday night set for two back to back meetings with Tripura Chief Miniater Biplab Deb and representatives from Mizoram over Citizenship Amendment Bill (CAB).

Body:The meeting took place at Delhi's Assam House. On Saturday, Shah will meet with representatives from Meghalaya, Nagaland, Assam, Arunachal Pradesh. Shah will also meet representatives of student organisations and civil society members as well. During the meeting, according to the sources, Shah will try to convince all the state representatives on CAB, which has been facing a strong opposition from different quarters from the northeastern region. Sources said, the central Governmnet is all set to introduce the bill next week in the Parliament.

Conclusion:Accordingly, the Union Cabinet is likely to approve the CAB in its meeting before the bill goes to the Parliament. CAB intends to give citizenship status to the people from six religious communities from neighbouring Bangladesh, Pakistan and Afghanistan. end.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.