নিউজ ডেক্স,9 আগষ্টঃ জম্মু-কাশ্মীৰত 370 ধাৰা বাতিল কৰাৰ পিছত ৰাজ্যখনত সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতিৰ ৷ যাৰ ফলত সমগ্ৰ দেশ খনত জাৰি কৰা হৈছিল 144 ধাৰা ৷ ইয়াৰ পৰিণতিত বন্ধ হৈ পৰে সকলো বিদ্যালয়, মহাবিদ্যালয় ৷ স্তব্ধ হয় পাঠদান প্ৰক্ৰিয়া ৷ কিন্তু ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে সমগ্ৰ পৰিস্থিতি ৷ শুকুৰবাৰে মুঠ চাৰিটা দিনৰ অন্তত উধমপুৰ জিলাত খোলা হয় সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান ৷ যাৰ ফলত আনন্দিত হৈ পৰিছে সকলো ছাত্ৰ-ছাত্ৰী ৷ যেন স্বস্তিৰ নিশ্বাস পেলাইছে সকলোৱে ৷
জম্মু-কাশ্মীৰত ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰ লহৰ ! - school_college
সম্পূৰ্ণ চাৰিটা দিনৰ অন্তত জম্মুকাশ্মীৰৰ উধমপুৰ জিলাত খোলা হ'ল সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান ৷
নিউজ ডেক্স,9 আগষ্টঃ জম্মু-কাশ্মীৰত 370 ধাৰা বাতিল কৰাৰ পিছত ৰাজ্যখনত সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতিৰ ৷ যাৰ ফলত সমগ্ৰ দেশ খনত জাৰি কৰা হৈছিল 144 ধাৰা ৷ ইয়াৰ পৰিণতিত বন্ধ হৈ পৰে সকলো বিদ্যালয়, মহাবিদ্যালয় ৷ স্তব্ধ হয় পাঠদান প্ৰক্ৰিয়া ৷ কিন্তু ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে সমগ্ৰ পৰিস্থিতি ৷ শুকুৰবাৰে মুঠ চাৰিটা দিনৰ অন্তত উধমপুৰ জিলাত খোলা হয় সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান ৷ যাৰ ফলত আনন্দিত হৈ পৰিছে সকলো ছাত্ৰ-ছাত্ৰী ৷ যেন স্বস্তিৰ নিশ্বাস পেলাইছে সকলোৱে ৷
परंतु आज ज़िला आयुक्त ऊधमपुर द्वारा शहर की स्थिति का जायजा लेने के बाद आज सबी सरकारी वा गैर सरकारी स्कूल खोल दिए गए हैं
स्कूल खुलने से विद्यार्थियों मैं ख़ुशी की लहर है।
विद्यार्थियों का कहना है कि स्कूल खुलने से उन्होंने राहत की साँस ली है अथवा वह अपनी पढ़ाई को पूरा कर सकेंगे
Byte By. STUDENTS AND PRINCIPALBody:All Schools of Udhampur district opened after four days Conclusion:All Schools of Udhampur district opened after four days