ETV Bharat / bharat

ৰাম মন্দিৰ নিৰ্মাণ: মানুহক বিপৰ্যয় কৰাৰ এক কৌশল কেন্দ্ৰীয় চৰকাৰৰ

সোমবাৰে এদিনীয়া ভ্ৰমণসূচীৰে গোণ্ডাত উপস্থিত হয় উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ (এছ পি) ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱ ৷ গোণ্ডাত উপস্থিত হয় ৰাম মন্দিৰ নিৰ্মাণ আৰু ইয়াৰ বাবে সংগ্ৰহ কৰা পুঁজি সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে নেতা গৰাকীয়ে ৷

ৰাম মন্দিৰ নিৰ্মাণ:মানুহক বিপৰ্যয় কৰাৰ এক কৌশল কেন্দ্ৰীয় চৰকাৰৰ

author img

By

Published : Jan 19, 2021, 1:46 PM IST

নেশ্যনেল ডেস্ক, 19 জানুৱাৰী: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ (এছ পি) ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে সোমবাৰে এদিনীয়া ভ্ৰমণসূচীৰে গোণ্ডাত উপস্থিত হয় ৷ য'ত তেওঁ ৰাম মন্দিৰ নিৰ্মাণ আৰু ইয়াৰ বাবে সংগ্ৰহ কৰা পুঁজি সন্দৰ্ভত মন্তব্য কৰে ৷ অখিলেশ যাদৱে কয় যে,ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিশ্ব হিন্দু পৰিষদৰ সদস্য সকলে পুঁজি সংগ্ৰহ কৰি কৃষকৰ প্ৰতিবাদৰ পৰা মানুহৰ মনোযোগ বিপৰ্যয় কৰাৰ এক কৌশল কেন্দ্ৰীয় চৰকাৰৰ ।

ইফালে,ক'ভিড ভেকচিন সন্দৰ্ভত মন্তব্য কৰি কয় যে,মই চিকিৎসা,বিজ্ঞানী আৰু চিকিৎসকক বিশ্বাস কৰো কিন্তু উত্তৰ প্ৰদেশ চৰকাৰ খনক বিশ্বাস নকৰো ৷ ক'ভিড ভেকচিন প্ৰথমে বিজেপি নেতা সকলে গ্ৰহণ কৰা উচিত ৷ এবছৰ পাচত আমি ক'ভিড ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰিম ৷ কিন্তু ৰাজ্যখনৰ দুখীয়া লোকসকলক কেতিয়া ভেকচিন প্ৰদান কৰা হ'ব সেই কথাহে জানিব বিচাৰিছো ৷

লগতে নেতা গৰাকীয়ে কয় যে,কেন্দ্ৰীয় চৰকাৰে প্রতিবাদকাৰী কৃষকৰ সৈতে আলোচনাত বহি 26 জানুৱাৰীৰ আগতে বিষয়টোৰ এক স্থায়ী সমাধান উলিয়াব লাগে ৷ আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত সমাজবাদী পাৰ্টিৰ নেতা গৰাকীয়ে কয় যে,কোনো মুখ্য দলৰ সৈতে সমাজবাদী পাৰ্টিয়ে মিত্ৰতা নকৰে,তেওঁলোকে এটি সৰু আঞ্চলিক দল হৈয়ে থাকিব ৷

লগতে পঢ়ক: বিধানসভা নিৰ্বাচনত নন্দীগ্ৰামৰ পৰা প্ৰতিদ্বন্দিতা কৰিব মমতা বেনাৰ্জীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.