ETV Bharat / bharat

এয়াৰটেল গ্ৰাহকলৈ সুখবৰ ! ATMৰ জৰিয়তে ৰিচাৰ্জৰ সুবিধা - এয়ালটেল

এতিয়া এয়ালটেলৰ প্ৰীপেইড গ্ৰাহকসকলে ৰিচাৰ্জ কৰিব পাবিৰ ATMৰ জৰিয়তে । গেলামাল দোকান তথা সাজসজ্জাৰ দোকানতো লাভ কৰিব প্ৰীপেইড ৰিচাৰ্জ ।

Airtel recharge now available at ATM
এয়াৰটেল গ্ৰাহকলৈ সুখবৰ
author img

By

Published : Apr 6, 2020, 12:13 AM IST

Updated : Apr 6, 2020, 11:35 AM IST

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ এয়াৰটেল গ্ৰাহকসকললৈ সুখবৰ । এতিয়া এয়াৰটেল গ্ৰাহকসকলে প্ৰীপেইড ৰিচাৰ্জ কৰিব পাৰিব ATM সমূহত । কেৱল ATM ত নহয় গেলামাল দোকান তথা সাজসজ্জাৰ দোকানত লাভ কৰিব এয়াৰটেল প্ৰীপেইড ৰিচাৰ্জ ।

এয়াৰটেলৰ মুখ্য কাৰ্যবাহী বিষয়া গোপাল ভিট্টালে গ্ৰাহকসকললৈ মেইলযোগে এই সুবিধাৰ কথা অৱগত কৰে ।

এয়াৰটেলৰ এই সুবিধাৰ অংশীদাৰ হৈছে HDFC, ICICI,APOLLO আৰু BIG BAZAAR ৷

আনহাতে, ভিট্টালে মহামাৰী কৰ'ণা ভাইৰাছকলৈ দেশজুৰি চলি থকা সংকটময় সময়ৰ অন্ত নপৰালৈকে ডিজিটেল মাধ্যমেৰে গ্ৰাহক সকলক ৰিচাৰ্জ কৰিবলৈ আহ্বান জনায় । নহ'লে এয়াৰটেল ক'ল চেণ্টাৰত কৰ'ণা ভাইৰাছৰ বাবে কমসংখ্যক কৰ্মচাৰী থকা বাবেই অসুবিধাৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰে ভিট্টালে ।

উল্লেখ্য যে, এয়াৰটেলে লকডাউনৰ সময়ছোৱাত দেশৰ ৮ কোটি এয়াৰটেলৰ প্ৰীপেইড গ্ৰাহকৰ ৰিচাৰ্জৰ বৈধতা ১৭ এপ্ৰিললৈ বঢ়াই দিয়া বুলি মন্তব্য কৰে ।

Last Updated : Apr 6, 2020, 11:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.