নিউজ ডেস্ক, ৪ মে' : শ্ৰমিক স্পেচিয়েল ট্ৰেইনক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত শীতল যুদ্ধ অব্য়াহত আছে । কংগ্ৰেছৰ প্ৰতিক্ৰিয়াৰ পিচতে বিজেপিয়ে নিজৰ প্ৰত্য়ুত্তৰ প্ৰদান কৰিছে । ৰাহুল গান্ধীকে ধৰি ছোনিয়া গান্ধীয়ে শ্ৰমিকসকলৰ পৰা ৰেল বিভাগে টিকটৰ ভাড়া সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল । কংগ্ৰেছে ইয়াৰ বাবে প্ৰতিখন প্ৰদেশ কমিটীক প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক চোৱাচিতা কৰিবলৈ আহ্বান জনাইছিল ।
-
Rahul Gandhi ji,
— Sambit Patra (@sambitswaraj) May 4, 2020 " class="align-text-top noRightClick twitterSection" data="
I have attached guidelines of MHA which clearly states that “No tickets to be sold at any station”
Railways has subsidised 85% & State govt to pay 15%
The State govt can pay for the tickets(Madhya Pradesh’s BJP govt is paying)
Ask Cong state govts to follow suit https://t.co/Hc9pQzy8kQ pic.twitter.com/2RIAMyQyjs
">Rahul Gandhi ji,
— Sambit Patra (@sambitswaraj) May 4, 2020

Ask Cong state govts to follow suit https://t.co/Hc9pQzy8kQ pic.twitter.com/2RIAMyQyjsRahul Gandhi ji,
— Sambit Patra (@sambitswaraj) May 4, 2020
I have attached guidelines of MHA which clearly states that “No tickets to be sold at any station”
Railways has subsidised 85% & State govt to pay 15%
The State govt can pay for the tickets(Madhya Pradesh’s BJP govt is paying)
Ask Cong state govts to follow suit https://t.co/Hc9pQzy8kQ pic.twitter.com/2RIAMyQyjs
বিজেপিয়ে ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছে । সেই অনুসৰি, প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ টিকটৰ ভাড়া ৮৫শতাংশ কেন্দ্ৰ চৰকাৰে প্ৰদান কৰাৰ লগতে বাকী ১৫ শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব বুলি প্ৰকাশ কৰিছে বিজেপিয়ে । আনহাতে বিজেপিৰ মুখপাত্ৰ সম্ভিত পাত্ৰই সংশ্লিষ্ট ৰাজ্যসমূহে সম্পূৰ্ণ ভাড়া প্ৰদান কৰিব পাৰিব বুলিও উল্লেখ কৰিছে । ইতিমধ্যে মধ্যপ্ৰদেশ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দেশৰ বাকী কংগ্ৰেছ শাসিত ৰাজ্যসমূহক এই নীতি পালন কৰিবলৈ কয় পাত্ৰই । টুইট কৰি এই কথা প্ৰকাশ কৰে সম্ভিত পাত্ৰই ।