নেশ্যনেল ডেস্ক, 13 মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 20 লাখ কোটি টকাৰ বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ এদিন পাচতে পেকেজৰ কেৱল 4 লাখ কোটি টকাহে চৰকাৰৰ তৰফৰ পৰা আহিব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা কপিল ছিৱালে ৷ তেওঁ লগতে কয় যে, ৰিজাৰ্ভ বেংকে 8 লাখ কোটি টকা প্ৰদান কৰিব আৰু 5 লাখ কোটি টকা অতিৰিক্ত চৰকাৰী ধাৰৰ পৰা সংগ্ৰহ কৰাৰ লগতে 1 লাখ কোটি টকা অন্যান্য উৎসৰ পৰা প্ৰদান কৰা হ'ব ৷
ছিৱালে কয়, "প্ৰধানমন্ত্ৰীয়ে 20 লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজৰ কথা উল্লেখ কৰিছে ৷ বিশেষজ্ঞই কৈছে যে, চৰকাৰৰ তৰফৰ পৰা কেৱল 4 লাখ কোটি টকা প্ৰদান কৰা হ'ব ৷ বাকী টকা ৰিজাৰ্ভ বেংক, অতিৰিক্ত চৰকাৰৰ ধাৰ আৰু অন্যান্য উৎসৰ পৰা প্ৰদান কৰা হ'ব ৷"
-
PM says :
— Kapil Sibal (@KapilSibal) May 13, 2020 " class="align-text-top noRightClick twitterSection" data="
Financial Package : 20 2020
Of ₹20 lakhs cr. experts say :
Govt. cash outflow only ₹4 lakh cr.
Rest :
RBI injected into system ₹8 lakh cr.
Additional govt. borrowings over ₹ 5lakh cr.
₹1 lakh cr. revolving guarantee
Actual financial package :
4 2020
">PM says :
— Kapil Sibal (@KapilSibal) May 13, 2020
Financial Package : 20 2020
Of ₹20 lakhs cr. experts say :
Govt. cash outflow only ₹4 lakh cr.
Rest :
RBI injected into system ₹8 lakh cr.
Additional govt. borrowings over ₹ 5lakh cr.
₹1 lakh cr. revolving guarantee
Actual financial package :
4 2020PM says :
— Kapil Sibal (@KapilSibal) May 13, 2020
Financial Package : 20 2020
Of ₹20 lakhs cr. experts say :
Govt. cash outflow only ₹4 lakh cr.
Rest :
RBI injected into system ₹8 lakh cr.
Additional govt. borrowings over ₹ 5lakh cr.
₹1 lakh cr. revolving guarantee
Actual financial package :
4 2020
উল্লেখ্য যে, মঙলবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰদান কৰা ভাষণত COVID-19 ৰ বিৰুদ্ধে যুঁজ আৰু দেশক আত্মনিৰ্ভৰশীল কৰিবৰ বাবে 20 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰে ৷