ETV Bharat / bharat

নিপকো বিস্ফোৰণঃ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ

author img

By

Published : Oct 19, 2019, 6:18 PM IST

উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মাণৰত প্ৰতিটো বৃহৎ নদীবান্দৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সমুজ্জল ভট্টাচাৰ্যৰ ৷ নিপকো বিস্ফোৰণ সন্দৰ্ভত পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু নিপকো' কৰ্তৃপক্ষক দোষাৰোপ কৰে আছু নেতা গৰাকীয়ে ৷

সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ফাইল ফটো

নিউজ ডেস্ক, 19 অক্টোবৰঃ বিগত 9 অক্টোবৰত ডিমা হাছাও জিলাৰ নিপকো জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হয় এক ভয়াৱহ জল বিস্ফোৰণ ৷ জল বিদ্যুৎ প্ৰকল্পটোত সংঘটিত এই বিস্ফোৰণৰ ফলত সন্ধানহীন হয় চাৰিগৰাকীকৈ কৰ্মচাৰী ৷ কিন্তু সন্ধাহীন চাৰিগৰাকী কৰ্মচাৰী এইপৰ্যন্ত কোনো খবৰ লাভ কৰা নাই নিপকো কৰ্তৃপক্ষই ৷ ইয়াৰ পাচতেই সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মাণৰত প্ৰতিটো প্ৰকল্পৰ বিৰুদ্ধে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নেছ'ৰ উপদষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

নতুন দিল্লীত ই টি ভি ভাৰতৰ সৈতে হোৱা সাক্ষাতকাৰত আছুৰ উপদেষ্টা গৰাকীয়ে কয় যে,অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় চৰকাৰে প্ৰায় 168 নদীবান্ধ নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ আমি উন্নয়নৰ পৰিপন্থী নহয়,কিন্তু শক্তি উৎপাদনৰ বাবদ আমি আমাৰ জনসাধাৰণক বিপদলৈ ঠেলি দিব নোৱাৰে ৷ অৰুণাচলত প্ৰস্তাৱিত 168 টা নদীবান্ধ সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বিশদভাৱে অধ্যয়ন কৰাৰ আহ্বান জনাই আছুৰ উপদেষ্টাগৰাকীয়ে ৷ নিপকো বিস্ফোৰণ সন্দৰ্ভত পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু নিপকো কৰ্তৃপক্ষক দোষাৰোপ কৰে আছু নেতা গৰাকীয়ে ৷ নিপকো বিস্ফোৰণৰ ফলত যদিহে ইমান ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে,তেন্তে 2000 মেগাৱাট সম্পন্ন নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কিমান ভয়াৱহ হ'ব ! সেয়ে আমি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছো বুলিও মন্তব্য কৰে আছু উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

ইপিনে,নিপকো কতৃপক্ষই ঘটনা সন্দৰ্ভত কয় যে,শনিবাৰে নিপকোৰ উদ্ধাৰকাৰী দলে উমাৰাংছু শক্তিখণ্ডৰ চুতৰ্থ মহলালৈ অভিযান চলায় ৷ ইতিমধ্যে বাকী তিনিওটা মহলাৰ অভিযান সম্পূৰ্ণ হৈছে ৷ শনিবাৰৰ ভিতৰত সন্ধানহীন আটাইকেইগৰাকী কৰ্মচাৰীৰ সন্ধান লাভ কৰিব পাৰিব বুলি আশা কৰিছে নিপকো' কতৃপক্ষই ৷ উল্লেখ্য যে,সন্ধানহীন কৰ্মচাৰীক উদ্ধাৰৰ বাবে NDRF আৰু SDRF যুটিয়াভাৱে চলাইছে উদ্ধাৰ অভিযান ৷

Intro:New Delhi: The water pipe line burst of North Eastern Electric Power Corporation Limited (NEEPCO's) Umrangshu hydro power station at Dima Hasao district along the Assam-Meghalaya border on Saturday took a political turn with All Assam Students Union (AASU) deciding to launch a massive agitation agiants all such power project in Northeast.

Body:The Centre has proposed to construct 168 dams in Arunachal Pradesh for generating power. Speaking to ETV Bharat, AASU chief advisor Samujjal Bhattacharya demanded to the government of India and government of Assam for a cumulative down stream impact study on the 168 dams in Arunachal Pradesh. "We want development and for this power is must. But we can't put life of our downstream people into danger for generating power," said Bhattacharya. Referring to the recent Umrangshu water pipe line burst of NERPCO, Bhattacharya accused the government of India and NEEPCO official for the incident. "We have seen the fate of officers in Kopili hydro project, They are still untracable. What will happen if some eventuality happen to the 2000 MW Lower Subansiri Hydro Power project!" said Bhattacharya. AASU, Krishak Mukti Sangram Samity (KMSS) among others have been opposing the construction of 2000 MW Lower Subansiri Hydro Power project citing danger to the people living along the down stream areas. The work in the 2000 MW lower Subansiri project of NHPC was halted since 2012 following agitation spearheaded by KMSS, AASU among others.

Conclusion:Meanwhile, officials in NEEPCO told ETV Bharat that the rescue team is likely to clean the rare basement of the four storey Umrangshu power station today. "The rescue team have cleaned three storey. They are likely to reach to the last and forth storey today and we are hopeful to get trace of our missing officials," said H Bharali, coordinator, NEEPCO. A high speed water pipeline burst on October 7 at Kopili hydro power station has not only led to massive flooding at the power station but three NEEPCO employee all g with a casual worker have also been missing since. The three missing employees of the public sector unit (NEEPCO) have been identified as Prem Lal Balmiki, Robet Baite and Joy Singh Timung. The identity of the casual worker is yet to be ascertained. The rescue operatiin is being conducted by a joint team of the National Disaster Response Force (NDRF) and State Disaster Response Force (DDRF). Officials said that the loose earth that fulled up the basement of the four storey power station is hampering the rescue work. The Kopili hydro power plant is the first by the public sector unit set up in Assam in 1976. It was commissioned in 1984. The power plant produces 275 MW of electricity, put of which 150 MW is allowed to Assam. Talking to ETV Bharat, NEEPCO CMD VK Singh earlier said that the unabated coal minning in the surrounding areas was the major reason for the incident. "Illegal minning in the adjacent areas of river Kopili has turned the water acidic and it led to the burst of pipeline," Singh said. end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.