ETV Bharat / bharat

চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত নামিবলৈ সাজু আম আদমী পাৰ্টী

author img

By

Published : Dec 15, 2020, 10:52 PM IST

চলিত বৰ্ষতো দলটোৱে পাঞ্জাৱত আৰু অধিক সফলতা লাভৰ আশা কৰিছে ৷ ইতিমধ্যে তাৰ বাবে নিৰ্বাচনী তৎপৰতাও আৰম্ভ কৰিছে ৷ দেশজুৰি চলি থকা কৃষক আন্দোলনত আম আদমী পাৰ্টীয়ে কৃষক সকলক আগবঢ়োৱা সমৰ্থনৰ পৰা সহজেই অনুমেয় হৈছে ৷

aam aadmi party to contest four states assembly election
চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত নামিবলৈ সাজু আম আদমী পাৰ্টী

নিউজ ডেস্ক, 15 ডিচেম্বৰ : দিল্লীৰ শাসন ব্যৱস্থাত ঠাই দখলৰ পাছৰে পৰা আম আদমী পাৰ্টীয়ে অন্য ৰাজ্যৰ ৰাজনীতিতো সক্ৰিয় হোৱাৰ মন মেলিছিল ৷ চেষ্টা আছিল সেই ৰাজ্যসমূহৰ চৰকাৰত ঠাই বনোৱাৰ ৷ কিন্তু পাঞ্জাৱৰ মুখ্য বিৰোধী দলৰ ঠাই লাভৰ পৰা বেছি আশা কৰা ধৰণে সফল নহল ৷ 2017 ত বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে পাঞ্জাৱত 20 খন আসন লাভ কৰিছিল ৷

চলিত বৰ্ষতো দলটোৱে পাঞ্জাৱত আৰু অধিক সফলতা লাভৰ আশা কৰিছে ৷ ইতিমধ্যে তাৰ বাবে নিৰ্বাচনী তৎপৰতাও আৰম্ভ কৰিছে ৷ দেশজুৰি চলি থকা কৃষক আন্দোলনত আম আদমী পাৰ্টীয়ে কৃষক সকলক আগবঢ়োৱা সমৰ্থনৰ পৰা সহজেই অনুমেয় হৈছে ৷

ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাত দলটোৱে নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰৰ বাবে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে ৷ ইতিমধ্যে আম আদমিীপাৰ্টীৰ ৰাষ্ট্ৰীয় সংযোজক অৰবিন্দ কেজৰিৱালে উত্তৰ প্ৰদেশত নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়োৱাৰ কথা ঘোষণাও কৰিছে ৷
লগতে পঢ়ক: নিবনুৱাক সংস্থাপন দিব আম আদমী পাৰ্টীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.