ETV Bharat / bharat

সুনন্দা পুস্কৰ হত্যাকাণ্ডঃ শশী থাৰুৰক আমেৰিকা ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ - etv bharat

পত্নী হত্যাকাণ্ডৰ অভিযুক্ত কংগ্ৰেছ নেতা শশী থাৰুৰক আমেৰিকা ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ ।

সুনন্দা পুস্কৰ হত্যাকাণ্ডঃ শশী থাৰুৰক আমেৰিকা ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ
author img

By

Published : Apr 30, 2019, 12:32 PM IST

দিল্লী, ৩০ এপ্ৰিলঃ কংগ্ৰেছ নেতা শশী থাৰুৰক আমেৰিকা ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ । পাঁচ মে'ৰ পৰা ২০ মে' পৰ্যন্ত আমেৰিকা ভ্ৰমণত থাকিব পাৰিব পত্নী সুনন্দা পুস্কৰ হত্যাকাণ্ডত অভিযুক্ত শশী থাৰুৰ ।

উল্লেখ্য যে, ২০১৪ বৰ্ষত ১৭ জানুৱাৰীত ৰাজধানী দিল্লীৰ ফাইভ ষ্টাৰ হোটেল এখনত উদ্ধাৰ হৈছিল কংগ্ৰেছ নেতা শশী থাৰুৰৰ পত্নী সুনন্দা পুস্কৰৰ মৃতদেহ । আনহাতে, দিল্লীৰ পাটিয়ালা আদালতে সুনন্দা পুস্কৰৰ হত্যাত স্বামী থাৰুৰ জড়িত থকাৰ অভিযোগ কৰিছিল । ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষী আৰু এছআইটি দলে এতিয়াও অব্যাহত ৰাখিছে হত্যাকাণ্ডৰ তদন্ত ।

Sunanda Pushkar death case: A Delhi Court grants permission to Congress leader Shashi Tharoor to travel to USA from 5th May to 20th May. 
ANI TWITTER
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.