ETV Bharat / bharat

ৰাজস্থানত স্বৰপঞ্চ হিচাপে নিৰ্বাচিত হ'ল 97 বছৰীয়া মহিলা - ৰাজস্থানত স্বৰপঞ্চ হিচাপে বিজয়ী হ'ল 97 বছৰীয়া মহিলা

ৰাজস্থানৰ সিকাৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনত স্বৰপঞ্চ হিচাপে নিৰ্বাচিত হ'ল 97 বছৰীয়া মহিলা বিদ্যা দেৱী ৷ নিৰ্বাচনত তেওঁৰ নিকটতম প্ৰতিদ্বন্দী আৰতী মিনাক 207 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় নিম কা থানা মহকুমাৰ অন্তৰ্গত পুৰনাৱছ পঞ্চায়তৰ বিদ্যা দেৱী ৷

97-yr-old woman elected sarpanch in Rajasthan panchayat polls
ৰাজস্তানত স্বৰপঞ্চ হিচাপে নিৰ্বাচিত হ'ল 97 বছৰীয়া মহিলা
author img

By

Published : Jan 18, 2020, 2:01 PM IST

Updated : Jan 18, 2020, 2:25 PM IST

নেচনেল ডেস্ক,18 জানুৱাৰী: ৰাজস্থানৰ সিকাৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনত স্বৰপঞ্চ হিচাপে নিৰ্বাচিত হ'ল 97 বছৰ বয়সীয়া মহিলা ৷ শুকুৰবাৰৰ দিনটোত নিম কা থানা মহকুমাৰ অন্তৰ্গত পুৰনাৱছ পঞ্চায়তৰ পৰা বিজয়ী হিচাপে ঘোষিত হ'ল 97 বছৰীয়া বিদ্যা দেৱী ৷ তেখেতে প্ৰথম পৰ্বৰ নিৰ্বাচনত তেওঁৰ নিকটতম প্ৰতিদ্বন্দী আৰতী মিনাক 207 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে নিম কা থানা মহকুমা বিষয়া সুধাৰাম জাতে ৷ তেখেতে কয় যে, বিদ্যা দেৱীয়ে 843 টা ভোট লাভ কৰাৰ বিপৰীতে 636 ভোট লাভ কৰে আৰতী মিনা কুমাৰীয়ে ৷ লগতে উল্লেখ কৰে যে, নিৰ্বাচনত মুঠ 4,200 গৰাকী ভোটাৰৰ 2,856 গৰাকী ভোটাৰে ভোটদান কৰিছিল আৰু নিৰ্বাচনত স্বৰপঞ্চৰ পদৰ বাবে পুৰনাৱছ পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দী কৰিছিল মুঠ 11 গৰাকী প্ৰাৰ্থীয়ে ৷

ৰাজস্তানত স্বৰপঞ্চ হিচাপে নিৰ্বাচিত হ'ল 97 বছৰীয়া মহিলা

উল্লেখ্য যে, বিদ্যা দেৱীৰ স্বামী মেজৰ শিৱাৰাম সিং 1990 ৰ আগৰ পৰা মুঠ 25 বছৰ পুৰনাৱছ পঞ্চায়তৰ স্বৰপঞ্চ হৈ আছিল ৷

লগতে পঢ়ক:দিল্লীৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশ ল'বলৈ সাজু 636 গৰাকী শিক্ষাৰ্থী

Intro:नीमकाथाना (सीकर)
स्मार्ट विलेज का सपना लेकर चुनाव में उत्तरी 97 साल की विद्या देवी 207 मतों से विजेता रही. चुनावी नतीजों की घोषणा के साथ ही उनके समर्थकों जश्न मनाना शुरू कर दिया.Body:पुरानाबास की विद्या देवी 97 साल की उम्र में सरपंच चुनी गई. उन्होंने अपने निकटतम प्रतिद्वंदी को 207 मतों से शिकस्त दी. चुनावी जीत के साथ ही विद्या देवी प्रदेश की पहली उम्रदराज महिला सरपंच बनी है. स्वच्छता, स्वच्छ पानी एवं विधवा पेंशन जैसे मुद्दों पर विद्या देवी ने चुनाव मैदान में तोल ठोकी थी. गांव के रास्ते साफ हो, लोगों को पीने का पानी मिले, विधवा व बुजुर्ग महिलाओं को पेंशन मिले. इसी को लेकर चुनाव लड़ा. बता दें कि उनके पति स्व.मेजर शिवराम सिंह 55 साल पहले निर्विरोध सरपंच चुने गए थे.Conclusion:चुनावी जीत के बाद विद्यार्थी के घर पर समर्थकों का जमावड़ा लगा. जीत की खुशी में मिठाई बांटी. चुनावी जीत के बाद विद्या देवी ने समर्थकों का आभार जताया. कहा ग्रामीण विकास में कोई कमी नहीं रहने देंगी.
बाइट 1- विद्या देवी, नवनिर्वाचित सरपंच पुरानाबास
Last Updated : Jan 18, 2020, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.