ETV Bharat / bharat

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Sep 9, 2020, 9:04 AM IST

Updated : Sep 9, 2020, 10:53 AM IST

গ্ৰেপ্তাৰ হ'ল ৰিয়া চক্ৰৱৰ্তী !

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুয়ে 85 দিন অতিক্ৰম কৰিছে ৷ এই ঘটনাৰ তদন্তক কেন্দ্ৰ কৰি মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ মাজত সংঘাতো পৰিলক্ষিত হৈছিল ৷

জন্মাষ্টমী উপলক্ষে শতকোটি নমন ত্ৰি-জগতৰ পতিগৰাকীলৈ

আজি আকাশে-বতাহে বিয়পি পৰিব হৰি নামৰ অমিয়া ধ্বনি ৷ কিয়নো আজি কৃষ্ণ জন্মাষ্টমী ৷ কৃষ্ণ জন্মাষ্টমী উপলক্ষে অসমৰ ভিন্ন প্ৰান্তৰ নামঘৰ সমূহ আজি মুখৰিত হৈ পৰিব কৃষ্ণৰ গুণানুকীৰ্তনেৰে ৷

ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত

মঙলবাৰে কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হ’ল সমগ্ৰ ৰাজ্য ৷ ফ’ৰ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্যত কৰা হেমাহিৰ বিৰুদ্ধে কংগ্ৰেছে ৰাজ্যজুৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদত ভিন্ন প্ৰান্তত দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

ইৰানিয়ান বৈদেশিক মন্ত্ৰীৰে সাক্ষাৎ এছ. জয়শংকৰৰ

মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে তেহৰাণত সাক্ষাৎ কৰে ইৰানিয়ান বৈদেশিক মন্ত্ৰী জাভেদ জাৰিফক ৷

আম আদমি পাৰ্টিয়ে 126টা সমষ্টিতে দিব প্ৰাৰ্থীত্ব

মঙলবাৰে নাৰায়ণপুৰত উপস্থিত হৈ আম আদমী পাৰ্টিৰ এটা দলে নাৰায়ণপুৰ প্ৰেছ ক্লাবত 109নং বিহপুৰীয়া সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰে ৷

বড়ো কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সন্দৰ্ভত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ প্ৰতিক্ৰিয়া

বড়ো-কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ময়ে ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ব্ৰহ্মই এই বিষয় উত্থাপন কৰি বিপিএফ জড়িত থকাৰ কথা উল্লেখ কৰে ৷

মিতালী কোঁৱৰক বৰ্খাস্তৰ দাবীত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

ডিব্ৰুগড় শিশু নিৰ্যাতনৰ ঘটনাঃ ছাত্ৰ সমাজ, দল-সংগঠন আৰু সচেতন ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ অন্তত অৱশেষত মুখ খুলিলে মহাবিদ্যালয় পৰিচালনা সমিতিয়ে । অধ্যক্ষা ড৹ মিতালী কোঁ‌ৱৰক মৰাণ মহাবিদ্যালয়ৰ পৰা অপসাৰণৰ প্ৰস্তাৱ গ্ৰহণ ৷

ভাৰতীয় সেনাৰ হটলাইন বাৰ্তাৰ উত্তৰ দিয়া নাই চীনা সৈন্যই

ভাৰত-চীন সংঘাত ৷ চীনৰ পিপ'লচ্ লিবাৰেশ্যন আৰ্মীৰ অৰুণাচলী যুৱকক অপহৰণ ৷ ভাৰত-চীন সীমান্তত কোনো সীমা নথকাৰ বাবেই হ'বলৈ পালে এই ঘটনা ৷ ঘটনাক লৈ ভাৰতীয় সেনাৰ হটলাইন বাৰ্তা প্ৰেৰণ ৷ আজিৰ তাৰিখলৈকে নাহিল কোনো প্ৰত্যুত্তৰ ৷

সুস্থ সন্তান জন্ম দিলে কৰ'ণাত আক্ৰান্ত মহিলাই

বাক্সাত এতিয়ালৈকে 1,936 গৰাকী ব্যক্তিৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ ইয়াৰে 731 গৰাকী ৰোগী বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 11 গৰাকীৰ মৃত্যু ঘটিছে ৷

এখন অৱহেলিত চৰকাৰী চিকিৎসালয়ঃ স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত নৈপৰীয়া ৰাইজ

চিকিৎসালয় আছে যদিও চিকিৎসক নথকাত চিকিৎসাৰ পৰা বঞ্চিত হবলগীয়া হয় নৈপৰীয়া ৰাইজ । যাৰ ফলতেই চিকিৎসালয়খনত এনেদৰে দমে-দমে পৰি আছে ম্যাদ উকলা ঔষধ।

Last Updated : Sep 9, 2020, 10:53 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.