ETV Bharat / bharat

গ্ৰেটাৰ নয়দাত ঘন কুঁৱলীয়ে প্ৰাণ ল'লে 6 জনৰ

author img

By

Published : Dec 30, 2019, 12:41 PM IST

গ্ৰেটাৰ নয়দাত সংঘটিত হ'ল ভয়ংকৰ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত 6 লোকে প্ৰাণ হেৰুৱালে ৷

নিহত 6 জন
গ্ৰেটাৰ নয়দাত দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত সোমবাৰে এখন বাহন দুৰ্ঘটনাত পতিত হোৱাত 6 জন লোকৰ মৃত্যু হয় ৷ ঘন কুঁৱলীৰ ফলত বাহনখন পথৰ পৰা পিছলি গৈ খাৱৈত বাগৰি পৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

নিহত 6 জন
গ্ৰেটাৰ নয়দাত দুৰ্ঘটনা

দেওবাৰে নিশা প্ৰায় 11.30 বজাত সংঘটিত ঘটনাত আন পাঁচজন যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে ৷ আৰক্ষী বিভাগৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া অনুসৰি, "মাৰুতি আৰ্টিগা বাহনখনত মুঠ 11 জন লোক আছিল ৷ বাহনখন দানকৌৰ অঞ্চলৰ খেৰলি খালত বাগৰি পৰে ৷ 11 জন লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে 6 জনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে আৰু পাঁচজন চিকিৎসাধীন অৱস্থাত আছে ৷"

কুঁৱলীৰ ফলত সমগ্ৰ ঘটনা সংঘটিত হোৱা বুলি চৰকাৰী বিবৃতিত প্ৰকাশ কৰা হৈছে ৷ মৃত লোককেইজন মহেশ (35),কৃষণ লাল (50),নৰেশ (17), ৰাম খিলাড়ী (75),মল্লু (12) আৰু নেত্ৰপাল (40) বুলি চিনাক্ত কৰা হৈছে ৷

আৰু পঢ়ক : নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত মূলসুতিলৈ উগ্ৰপন্থীৰ বৃহৎ দল

Intro:ग्रेटर नोएडा---
2019 के जाते-जाते कोहरे का कहर एक बार फिर देखने को मिला, ग्रेटर नोएडा के थाना दनकौर क्षेत्र के खेरली नहर में एक कार गिर गयी है। जिसे 6 लोगो की दर्दनाक मौत हो गई। वहीं 5 लोग गंभीर रूप से घायल हो गए, जिनका इलाज चला रहे हैं । मरने वालों में बड़े और बच्चे भी शामिल है। जिस गाड़ी का हादसा हुआ वह संभल से दिल्ली जा रही थी , बताया जा रहा है कि घने कोहरे के चलते यह हादसा हुआ। पुलिस ने मरने वालों का पंचनामा कर पोस्टमार्टम के लिए भेज दिया है।Body:हादसा---
एक कार अर्टिगा नम्बर एचआर 55 एबी 9115 जो सम्भल से दिल्ली जा रही थी, थाना दनकौर क्षेत्रांर्गत खेरली नहर में गिर गयी है। जिसमें 11 व्यक्ति सवार थे, जिसमें से 5 व्यक्ति गंभीर रूप से घायल है । वही 6 व्यक्ति जिन्हे गंभीर अवस्था में अस्पताल भेजा गया था जहॅा डाक्ट्रर द्वारा उन्हे मृत घोषित कर दिया है। इस कार के साथ ही एक और कार पीछे से आ रही थी। उस कार में बैठे लोगों भी मारने वालो के परिवार से थे, इस लिए सबकी पहचान आसानी से हो गई। वही मारने वालों में महेश पुत्र महेन्द्र उम्र 35 ,किशनलाल पुत्र छोटे उम्र 50 , नीरेश पुत्र रामदास उम्र 17,राम खिलाडी पुत्र रामफल उम्र 75, मल्लू पुत्र झासन उम्र 12 और नेत्रपाल पुत्र गजराम उम्र 40 है। सभी लोग सम्भल के रहने वाले है।

Conclusion:पुलिस का कहना---
दनकौर थाना क्षेत्र में हुए सड़क हादसे के संबंध में पुलिस का कहना है कि यह हादसा उस समय हुआ जब अर्टिका गाड़ी संभल से दिल्ली जा रही थी और घना कोहरा छाया हुआ था। जिसके चलते गाड़ी खेरली नहर में जा गिरी ,घायलों का इलाज कराई जा रहा है । वही मरने वालों का पंचनामा कर पोस्टमार्टम के लिए भेज दिया गया है।

बाईट--रणविजय सिंह - एसपी देहात ग्रेटर नोएडा
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.