ETV Bharat / bharat

ওড়িশাত মহানদীত ৫০০ বছৰ পুৰণি মন্দিৰৰ পুনৰুত্থান

author img

By

Published : Jun 13, 2020, 6:49 PM IST

ওড়িশাৰ নয়াগড় জিলাত মহানদীত ৫০০ বছৰ পুৰণি এটি প্ৰাচীন মন্দিৰৰ পুনৰুত্থান । এই মন্দিৰটো ভগৱান গোপীনাথৰ মন্দিৰ । ভগৱান গোপীনাথ হৈছে ১৫-১৬ শতাব্দীৰ শেষৰ ফালে আৱিৰ্ভাৱ হোৱা ভগৱান বিষ্ণুৰ এক ৰূপ । এই মন্দিৰটি 'সাতপাতনা' নামেৰে জনাজাত । মহানদীৰ ওপৰত 'Documentation of the Heritage of the Great River' প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে ।

ওড়িশাত মহানদীত ৫০০ বছৰ পুৰণি মন্দিৰৰ পুনৰুত্থান
ওড়িশাত মহানদীত ৫০০ বছৰ পুৰণি মন্দিৰৰ পুনৰুত্থান

নেশ্যনেল ডেস্ক, ১৩ জুন: ওড়িশাৰ নয়াগড় জিলাত মহানদীত ৫০০ বছৰ পুৰণি এটি প্ৰাচীন মন্দিৰৰ পুনৰুত্থান হয় । ওড়িশাৰ লোকসকলৰ বিশ্বাস মতে, এই মন্দিৰটো ভগৱান গোপীনাথৰ মন্দিৰ । ভগৱান গোপীনাথ হৈছে ১৫-১৬ শতাব্দীৰ শেষৰ ফালে আৱিৰ্ভাৱ হোৱা ভগৱান বিষ্ণুৰ এক ৰূপ । এই মন্দিৰটি ‘সাতপাতনা’ নামেৰে জনাজাত ।

উৰিষ্যাত মহানদীত ৫০০ বছৰ পুৰণি মন্দিৰৰ পুনৰুত্থান

সাতপাতনা হৈছে ৭ খন গাঁৱৰ মিশ্ৰণ,য'ত পদ্মাৱতীও অন্তৰ্ভুক্ত হৈ আছে । জানিব পৰা মতে, ১৯ শতাব্দীত হোৱা প্ৰৱল বানপানীৰ ফলত মহানদীৰ সোঁত অন্য ফাললৈ গতি কৰে,যাৰ বাবে গোটেই গাঁও পানীত ডুব যায় । ইয়াৰ পিছতে গাঁওবাসীসকলে মন্দিৰৰ পূজাৰীসকলৰ সৈতে অন্য ঠাইলৈ গুচি যায় ।

স্থানীয় ৰাইজে জনোৱা মতে,এই বানপানীৰ ফলত প্ৰায় ২২ টা মন্দিৰৰ পানীত ডুব যায় । কিন্তু গোপীনাথ মন্দিৰৰ মস্তকাটো দেখা পোৱা গৈছিল যিহেতু মস্তকাটো দীঘল আছিল । এই গোপীনাথ মন্দিৰটো ১১ বছৰ পূৰ্বে দেখা পোৱা গৈছিল । Indian National Trust for Art and Cultural Heritage (INTAC)ৰ প্ৰজেক্ট সমন্বয়ক অনিল ধীৰে কয় যে, মহানদীৰ ওপৰত 'Documentation of the Heritage of the Great River' প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক: বাক্সাত পকী দলং নিৰ্মাণৰ পিছতেই দুই মুৰত বৃহৎ ফাঁট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.