ETV Bharat / bharat

সন্ত্ৰাসবাদীৰ আক্ৰমণত থিতাতে নিহত দুগৰাকী জোৱান

author img

By

Published : Oct 5, 2020, 2:20 PM IST

শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত মৃত্য়ুক সাৱটি লৈছে দুগৰাকী জোৱানে ৷ সন্ত্ৰাসবাদীয়ে শ্ৰীনগৰৰ সমীপৰ এক ৰোড অপেনিং পাৰ্টীৰ ওপৰত হোৱা জোৱানসকলৰ ওপৰত সোমবাৰে পুৱা আকস্মিকভাৱে আক্ৰমণ কৰে ৷

5 CRPF jawans injured in terrorist attack near Srinagar Etv bharat news
সন্ত্ৰাসবাদীৰ আক্ৰমণ

শ্ৰীনগৰ, 5 অক্টোবৰ: পুনৰ উত্তপ্ত হৈ পৰিছে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ এলেকা ৷ সোমবাৰে পুৱা শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় পাঁচগৰাকীকৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান ৷ পৰৱৰ্তী সময়ত দুগৰাকী জোৱানে প্ৰাণ হেৰুওৱাৰ লগতে তিনিগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, সন্ত্ৰাসবাদীয়ে শ্ৰীনগৰৰ সমীপৰ এক ৰোড অপেনিং পাৰ্টীৰ জোৱানসকলৰ ওপৰত আকস্মিকভাৱে আক্ৰমণ কৰে ৷

লগতে চাওকঃ আজি ৪২সংখ্যক জি এছ টি পৰিষদৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.