ETV Bharat / bharat

পুৰীত স্নান যাত্ৰাৰ বাবে ৩৮ টা আৰক্ষীৰ বেৰিকেড মোতায়েন - পুৰীত স্নান যাত্ৰাৰ বাবে ৩৮ টা আৰক্ষীৰ বেৰিকেড মোতায়েন

ভগৱান জগন্নাথৰ স্নান যাত্ৰাৰ বাবে শুকুৰবাৰে জগন্নাথ পুৰীত মোতায়েন কৰা হ'ব ৩৮ টা আৰক্ষীৰ বেৰিকেড । এই অনুষ্ঠানত বহুকেইটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ।

পুৰীত স্নান যাত্ৰাৰ বাবে ৩৮ টা আৰক্ষীৰ বেৰিকেড মোতায়েন

author img

By

Published : Jun 4, 2020, 9:23 PM IST

নেশ্যনেল ডেস্ক, ৪ জুন: শুকুৰবাৰে ভগৱান জগন্নাথৰ স্নান যাত্ৰাৰ বাবে জগন্নাথ পুৰীত মুঠ ৩৮ টা আৰক্ষীৰ বেৰিকেড মোতায়েন কৰা হ'ব বুলি জানিব পৰা গৈছে । এই স্নান যাত্ৰা ব্যৱস্থাৰ পৰিদৰ্শনৰ পিছত এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী মহা পৰিদৰ্শক আশীষ সিঙে কয় যে,দুজন কমাণ্ডেণ্ট,৬ জন অতিৰিক্ত আৰক্ষী অধীক্ষক,১৯ জন উপ আৰক্ষী অধীক্ষক,৪৪ জন নিৰীক্ষক,১৫৭ জন উপ নিৰীক্ষক,২৪ জন ট্ৰেফিক হাবিলদাৰ আৰু ৬৬৫ জন হোমগাৰ্ডক নিযুক্তি দিয়া হ'ব ।

পুৰীত স্নান যাত্ৰাৰ বাবে ৩৮ টা আৰক্ষীৰ বেৰিকেড মোতায়েন
পুৰীত স্নান যাত্ৰাৰ বাবে ৩৮ টা আৰক্ষীৰ বেৰিকেড মোতায়েন
ইয়াৰ উপৰিও এই অনুষ্ঠানৰ জৰিয়তে CCTV আৰু ভিডিঅ'গ্ৰাফীৰ বাবে ২০ টা কেমেৰাৰ আয়োজন কৰিছে । সিঙে জানিবলৈ দিয়া অনুসৰি,চিআৰপিচি ১৪৪ ধাৰা অনুসৰি ঠাইখিনি ৭ টা স্থানত বিভাজিত কৰা হৈছে, ৯ খন মোবাইল পেট্ৰলিং ভানৰ ব্যৱস্থা কৰা হৈছে । সামাজিক দুৰত্ব বৰ্তাই ৰাখি ভক্তসকলক স্নান কৰিবলৈ অনুমতি দিয়া হ'ব ।

লগতে পঢ়ক: সামাজিক দুৰত্বক ভেঙুচালি কৰি বানাক্ৰান্ত ৰাইজৰ খবৰ ল'লে ৰাজনৈতিক নেতাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.