ETV Bharat / bharat

গোৱাত পুনৰ 30 জন কোভিড-19 ত আক্ৰান্ত

author img

By

Published : Jun 12, 2020, 10:22 AM IST

Updated : Jun 13, 2020, 6:48 AM IST

ইয়াৰ লগে লগে গোৱাত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হয় 417 ৷

30 more covid-19 positive cases found in Goa
গোৱাত পুনৰ 30 জন কোভিড-19 ত আক্ৰান্ত

নিউজ ডেস্ক, 12 জুন: সমগ্ৰ বিশ্বতে অব্যাহত আছে কৰ'ণা ভাইৰাছৰ আতংক ৷ বিশ্বৰ আগশাৰীৰ বহুকেইখন দেশক চেৰ পেলাই কোভিড-19 ত আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত উপনীত হৈছে ভাৰত ৷ উল্লেখ্য যে, কোভিড-19 ৰ আক্ৰান্তৰ ক্ষেত্ৰত ইংলেণ্ড, ইটালীকো অতিক্ৰম কৰিলে ভাৰতে ৷

শেহতীয়াকৈ গোৱাত নতুনকৈ কোভিড-19 ত আক্ৰান্ত হৈছে 30 জন লোক ৷ ইয়াৰ লগে লগে গোৱাত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হয় 417 জন ৷ ইয়াৰে 67 জন সুস্থ হৈ ঘৰলৈ উভতাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 350 জন লোক ৷ গোৱাৰ স্বাস্থ্য় বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷

লগতে পঢ়কঃ বাঘজানৰ ঘটনা তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন

Last Updated : Jun 13, 2020, 6:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.