ETV Bharat / bharat

জয়পুৰত কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত তিনিজনক চিকিৎসাধীন - জয়পুৰত তিনিজন আক্ৰান্ত হোৱাৰ সন্দেহ

জয়পুৰত তিনি লোকক কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে ৷ শনিবাৰে তিনিওজনকে এছএমএছ চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

তিনিজনক চিকিৎসাধীন
জয়পুৰত কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ
author img

By

Published : Feb 2, 2020, 6:00 PM IST

নেশ্যনেল ডেস্ক, 2 ফেব্ৰুৱাৰী : জয়পুৰত তিনিজন লোকৰ দেহত কৰ'ণাভাইৰাছ বিয়পাৰ সন্দেহত এছ এম এছ চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ শনিবাৰে তিনিজন লোকক হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে তেওঁলোকৰ তেজ পৰীক্ষা কৰা হয় আৰু দেওবাৰে বিয়লি পৰ্যন্ত তেজ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান কৰিব ৷

উল্লেখ্য যে, য়ুহানৰ পৰা ভাৰতীয় বিমানেৰে 300 লোকক ভাৰতলৈ অনা হৈছে আৰু তেওঁলোকক অলৱাৰৰ এছিক মেডিকেল কলেজত নিৰীক্ষণত ৰখা হ'ব ৷ শনিবাৰে বিয়লি ভাগত 300 লোকৰ একাংশ আহি অলৱাৰত উপস্থিত হ'ব ৷ এই সম্পৰ্কে সকলো ব্যৱস্থাপনাৰ দায়িত্ব গ্ৰহণ কৰা ৰবি শৰ্মা নামৰ এজন স্বাস্থ্য বিষয়াই জানিবলৈ দিয়া অনুসৰি, 300 লোকৰ বাবে বিচনা সাজু কৰি ৰখাৰ লগতে তেওঁলোকৰ চোৱা-চিতাৰ বাবে কৰ্মচাৰী নিযুক্ত কৰা হৈছে ৷

অলৱাৰৰ চিকিৎসক চাবিল কুমাৰে জানিবলৈ দিয়া অনুসৰি, 300 লোকক 28 দিনৰ বাবে চিকিৎসকৰ নিৰীক্ষণত ৰখা হ'ব ৷ বৰ্তমানলৈকে এই লোকসকল কোনো ৰোগত আক্ৰান্ত হোৱা নাই যদিও তেওঁলোকৰ পৰীক্ষা কৰা হ'ব আৰু দেহত কোনো লক্ষণ দেখা পালে ততাতৈয়াকৈ জিলা হাস্পাতালৰ জৰুৰীকালিন কোঠালৈ স্থানান্তৰিত কৰা হ'ব ৷

আৰু পঢ়ক : বাজেটৰ প্ৰতিক্ৰিয়া চাবলৈ সোমবাৰলৈ অপেক্ষা কৰক : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

ZCZC
PRI ESPL NAT NRG
.JAIPUR DES8
RJ-CORONAVIRUS
Coronavirus: 3 persons with symptoms admitted to hospital in Jaipur
          Jaipur, Feb 2 (PTI) Three persons suspected to have symptoms of coronavirus were admitted to SMS Government Hospital here, an official said on Sunday.
          They were admitted to the hospital on Saturday. Their blood samples have been collected and the report is expected to come by Sunday evening, Dr D S Meena, Superintendent of SMS hospital said.
          He added that the patients have been kept in isolation.
          Meanwhile, arrangements have been made in ESIC Medical College of Alwar for keeping nearly 300 Indians airlifted from Wuhan city of China where the international virus outbreak began.
          The batch of passengers are likely to reach Alwar on Sunday evening for quarantine.
          Ravi Sharma, a state health department official coordinating with the Centre, said 300 beds have been prepared in two hostels and adequate staff has been deployed.
          Deputy CMHO, Alwar, Dr Chhabil Kumar said the passengers will be quarantined and kept under observation for 28 days.
          They are healthy passengers. If anyone is found to have symptoms of the virus, they will be shifted to a isolation ward in the district hospital, he said.
          The passengers will be kept under observation and will be allowed to go in case no symptom is found, he added. PTI SDA
HDA
02021359
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.