ETV Bharat / bharat

ৰাষ্ট্ৰজোৰা ধৰ্মঘটত অংশ ল'ব 25 কোটি জনতাই - 25 কোটি জনতাৰ ধৰ্মঘটত অংশগ্ৰহণ

25 কোটি জনতাৰ উপস্থিতিত চৰকাৰৰ 'জনতা বিৰোধী' নীতিৰ বিৰুদ্ধে ধৰ্মঘটৰ আয়োজন কৰা হৈছে ৷ 8 জানুৱাৰীত এই ধৰ্মঘট আয়োজন কৰা হ'ব ৷

25 কোটি জনতাৰ অংশগ্ৰহণ
ৰাষ্ট্ৰজোৰা ধৰ্মঘট
author img

By

Published : Jan 6, 2020, 10:53 PM IST

নেশ্বনেল ডেস্ক, 6 জানুৱাৰীঃ সোমবাৰে 10 টাকৈ কেন্দ্ৰীয় ব্যৱসায়ী সংঘই (Central Trade Union) জানিবলৈ দিয়ে যে, প্ৰায় 25 কোটি লোকে চৰকাৰৰ 'জনতা বিৰোধী' নীতিৰ বিৰুদ্ধে ধৰ্মঘটত অংশ ল'ব ৷ ব্যৱসায়ী সংঘ INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF, UTUC ৰ লগতে বহুকেইটা স্বাধীন ফেডাৰেছন আৰু এচ'ছিয়েছনে 2020 চনৰ 8 জানুৱাৰীত ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ কথা ঘোষণা কৰিছিল ৷ সংঘসমূহৰ এক যুটীয়া বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, "2 জানুৱাৰী, 2020 ত মজদুৰসকলৰ দাবীসমূহত নিশ্চয়তা প্ৰদান কৰিবলৈ শ্ৰম মন্ত্ৰালয় বিফল হয় ৷ শ্ৰমৰ প্ৰতি চৰকাৰৰ অৱমাননা স্পষ্ট, সেয়েহে আমি চৰকাৰৰ নীতি আৰু কাৰ্যত অতিষ্ঠ হৈ পৰিছো ৷"

উল্লেখ্য যে, এই ধৰ্মঘটত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 60 টাকৈ সংগঠন আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীয়ে ৷ ইয়াৰ জৰিয়তে তেওঁলোকে শিক্ষাখণ্ডত দিনে দিনে বৃদ্ধি পাই অহা নামভৰ্তি মাছুল আৰু ব্যৱসায়ীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ৷ ব্যৱসায়ী সংঘই JNU কাণ্ডৰো গৰিহণা জনোৱাৰ লগতে আঘাতপ্ৰাপ্ত ছাত্ৰ-শিক্ষক সকলৰ সমৰ্থনত থিয় দিয়া বুলি জানিবলৈ দিয়ে ৷

বিবৃতিত লগতে কোৱা হয়, "12 টা বিমানবন্দৰ ব্যক্তিগত খণ্ডত বিক্ৰী কৰা হৈছে৷ এয়াৰ ইণ্ডিয়াৰ 100 শতাংশ বিক্ৰী প্ৰায় নিৰ্ধাৰিত হৈছে, বিপিচিএলক বিক্ৰীৰ সিদ্ধান্ত ইতিমধ্যেই গ্ৰহণ কৰা হৈছে, 93,600 টেলিকম কৰ্মীক ইতিমধ্যেই চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে ৷" এই সংঘৰ সদস্যসকলে ৰেলৱে'ৰ ব্যক্তিগতকৰণ, 49 টা প্ৰতিৰক্ষা উৎপাদন ইউনিটৰ নিগমীকৰণ, বেংকসমূহৰ বলপূৰ্বক সমন্বয় আদিৰো বিৰুদ্ধাচৰণ কৰে ৷

আৰু পঢ়ক : JNU হিংসা : তীব্ৰ গৰিহণা পশ্চিমবংগ,কেৰালাৰ মুখ্যমন্ত্ৰীৰ

ZCZC
PRI COM ECO ESPL GEN NAT
.NEWDELHI DEL83
TRADE UNIONS-STRIKE
25 crore people likely to participate in nationwide strike on Jan 8
         New Delhi, Jan 6 (PTI) Ten central trade unions on Monday said around 25 crore people will participate in a nationwide strike on January 8 to protest against the government's "anti-people" policies.
          Trade unions INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF, UTUC along with various sectoral independent federations and associations had adopted a declaration in September last to go on a nationwide strike on January 8, 2020.
          "We expect participation of not less than 25 crore of working people in the forthcoming National General Strike on January 8, 2020, to be followed by many more actions seeking reversal of the anti-worker, anti-people, anti-national policies of the Government.
          "The Ministry of Labour has failed to assure on any of the demands of workers which called a meeting on January 2, 2020. The attitude of the government is that of contempt towards labour as we construe from its policies and actions," the 10 central trade unions (CTUs) said in a joint statement.
          About 60 organisations of students and elected office bearers of some universities have also decided to join the strike with an agenda to raise voice against increased fee structure and commercialization of education, it said.
          The trade unions condemned the JNU violence and similar incidents in other university campuses and expressed their solidarity with students and teachers all over India.
          The unions also expressed displeasure over no Indian Labour Conference being held since July 2015, codification of labour laws and privatisation of PSUs.
          "As many as 12 airports are already sold out to private hands, 100 per cent sale of Air India is already decided, decision to sell BPCL taken, BSNL-MTNL merger announced and 93,600 telecom workers already thrown out of jobs under the garb of VRS (voluntary retirement scheme)," it added.
          The unions are also against privatisation in railways, corporatisation of 49 defence production units and forced merger of banks.
          Joint platform of more than 175 farmers and agricultural workers unions will extend its support to workers' demands and observe January 8 as Gramin Bharart Bandh along with their charter of demands, they added. PTI KKS KKS
ANU
ANU
01061545
NNNN

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.