ETV Bharat / bharat

ইৰাণৰ পৰা অনা হৈছে 234 গৰাকী ভাৰতীয়ক : জয়শংকৰ

author img

By

Published : Mar 15, 2020, 1:23 PM IST

Updated : Mar 15, 2020, 2:24 PM IST

ইৰাণৰ পৰা ভাৰতলৈ অনা হ’ল 234 গৰাকী ভাৰতীয়ক ৷ দেওবাৰে বিশেষ বিমান যোগে ভাৰতলৈ অনা হয় এই লোকসকলক ৷

234 Indians stranded in Iran have arrived in India: Jaishankar
ইৰাণ পৰা অনা হৈছে 234 গৰাকী ভাৰতীয়ক : জয়শংকৰ

নিউজ ডেস্ক, 15 মাৰ্চ: কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইৰাণৰ পৰা ভাৰতলৈ অনা হৈছে 234 গৰাকী ভাৰতীয়ক ৷ দেওবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰে সদৰি কৰে এই কথা ৷ ইয়াৰ মাজত আছে 131 গৰাকী শিক্ষাৰ্থী আৰু 103 গৰাকী তীৰ্থযাত্ৰী ৷

ইয়াৰ পাচতেই ইৰাণৰ ভাৰতৰ ৰাষ্ট্ৰদূত ধামু গাড্ডাম আৰু ইণ্ডিয়া ইৰাণৰ দল আৰু ইৰাণৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৷ দেওবাৰে পুৱা এক বিশেষ বিমান যোগে ইৰাণৰ পৰা তৃতীয়টো দল ভাৰতত আহি উপস্থিত হয় ৷

  • 234 Indians stranded in #Iran have arrived in India; including 131 students and 103 pilgrims.
    Thank you Ambassador @dhamugaddam and @India_in_Iran team for your efforts. Thank Iranian authorities.

    — Dr. S. Jaishankar (@DrSJaishankar) March 14, 2020 " class="align-text-top noRightClick twitterSection" data="

234 Indians stranded in #Iran have arrived in India; including 131 students and 103 pilgrims.
Thank you Ambassador @dhamugaddam and @India_in_Iran team for your efforts. Thank Iranian authorities.

— Dr. S. Jaishankar (@DrSJaishankar) March 14, 2020 ">

ইয়াৰ পূৰ্বে 44 জনীয়া তীৰ্থযাত্ৰী দ্বিতীয়টো দল শুকুৰবাৰে ভাৰতত উপস্থিত হৈছিল ৷ আনহাতে 58 জনীয়া তীৰ্থযাত্ৰীৰ প্ৰথমটো দল মঙলবাৰে ইৰাণৰ পৰা ভাৰতলৈ অনা হৈছিল ৷ কৰ’ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা অন্যতম দেশৰ ভিতৰত হৈছে ইৰাণ ৷ ইৰাণত বৰ্তমানলৈকে 616 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 12,729 গৰাকী লোক আক্ৰান্ত হৈছে ৷ ইয়াৰ বিপৰীতে 4,339 গৰাকী লোক আৰোগ্য হ’বলৈ সক্ষম হৈছে ইৰাণত ৷

নিউজ ডেস্ক, 15 মাৰ্চ: কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইৰাণৰ পৰা ভাৰতলৈ অনা হৈছে 234 গৰাকী ভাৰতীয়ক ৷ দেওবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰে সদৰি কৰে এই কথা ৷ ইয়াৰ মাজত আছে 131 গৰাকী শিক্ষাৰ্থী আৰু 103 গৰাকী তীৰ্থযাত্ৰী ৷

ইয়াৰ পাচতেই ইৰাণৰ ভাৰতৰ ৰাষ্ট্ৰদূত ধামু গাড্ডাম আৰু ইণ্ডিয়া ইৰাণৰ দল আৰু ইৰাণৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৷ দেওবাৰে পুৱা এক বিশেষ বিমান যোগে ইৰাণৰ পৰা তৃতীয়টো দল ভাৰতত আহি উপস্থিত হয় ৷

  • 234 Indians stranded in #Iran have arrived in India; including 131 students and 103 pilgrims.
    Thank you Ambassador @dhamugaddam and @India_in_Iran team for your efforts. Thank Iranian authorities.

    — Dr. S. Jaishankar (@DrSJaishankar) March 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পূৰ্বে 44 জনীয়া তীৰ্থযাত্ৰী দ্বিতীয়টো দল শুকুৰবাৰে ভাৰতত উপস্থিত হৈছিল ৷ আনহাতে 58 জনীয়া তীৰ্থযাত্ৰীৰ প্ৰথমটো দল মঙলবাৰে ইৰাণৰ পৰা ভাৰতলৈ অনা হৈছিল ৷ কৰ’ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা অন্যতম দেশৰ ভিতৰত হৈছে ইৰাণ ৷ ইৰাণত বৰ্তমানলৈকে 616 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 12,729 গৰাকী লোক আক্ৰান্ত হৈছে ৷ ইয়াৰ বিপৰীতে 4,339 গৰাকী লোক আৰোগ্য হ’বলৈ সক্ষম হৈছে ইৰাণত ৷

Last Updated : Mar 15, 2020, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.