ETV Bharat / bharat

উত্তৰ প্ৰদেশত বন্দুক দেখুৱাই যুৱতীক ধৰ্ষণ

author img

By

Published : Jun 4, 2020, 3:49 PM IST

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত লোক জনক । ঘৰত অকলশৰে থকা অৱস্থাত বন্দুক দেখুৱাই ধৰ্ষণ কৰিছিল 20 বছৰীয়া যুৱতী গৰাকীক ।

উত্তৰ প্ৰদেশত বন্দুক দেখুৱাই যুৱতীক ধৰ্ষণ
উত্তৰ প্ৰদেশত বন্দুক দেখুৱাই যুৱতীক ধৰ্ষণ

নিউজ ডেস্ক, 4 জুনঃ উত্তৰ প্ৰদেশৰ মুজাফাৰনগৰত সংঘটিত হয় এক জঘন্য ঘটনা । মৃত্যুৰ ভয় দেখুৱাই ধৰ্ষণ কৰে এগৰাকী 20 বছয়ীয়া যুৱতীক । ঘৰত অকলশৰে থকাৰ সুযোগ লৈ দুৰ্বৃত্তই যুৱতী গৰাকীৰ ঘৰত প্ৰৱেশ কৰে আৰু যুৱতী গৰাকীক বন্দুক দেখুৱাই এই দুষ্কাৰ্য সংঘটিত কৰে ।

ছাৰথাৱাল আৰক্ষী থানাৰ বিষয়া ছুৱে সিঙে কয় যে,এই ঘটনা সম্পৰ্কে গোচৰ ৰুজু কৰা হৈছে আৰু আৰু অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰা হৈছে । মহিলা গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । ভুক্তভুগী মহিলা গৰাকীৰ পিতৃয়ে বুধবাৰে সংঘটিত এই ঘটনাৰ বিষয়ে অৱগত কৰে ।

লগতে চাওকঃ ঐতিহাসিক ধোদৰ আলিৰ বিধ্বস্ত ৰূপঃ নিৰ্বিকাৰ গড়কাপ্তানি বিভাগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.