ETV Bharat / bharat

ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ২০ গৰাকী মহিলা আটক

author img

By

Published : Mar 14, 2019, 11:50 AM IST

জাল অনুজ্ঞা পত্ৰ ব্যৱহাৰ কৰা অভিযোগত আটক মহিলা কেইগৰাকী

বিমান বন্দৰৰ পৰা ২০ গৰাকী মহিলা আটক

নিউজ ডেস্ক , ১৪ মাৰ্চ : বুধবাৰে হাইদৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত প্ৰব্ৰজন কতৃপক্ষই ২০ গৰাকী মহিলাক আটক কৰে । জাল অনুজ্ঞা পত্ৰ ব্যৱহাৰ কৰা বাবে আটক কৰা হয় মহিলা কেইগৰাকীক ।

মহিলা কেইগৰাকী হাইদৰাবাদৰ পৰা কুৱেইটলৈ যাত্ৰা কৰিবলৈ অহা সময়তে বিমান বন্দৰৰ পৰা প্ৰব্ৰজন কতৃপক্ষই আটক কৰে মহিলা কেইগৰাকীক । আটকাধীন মহিলা কেইগৰাকীৰ ভিতৰত ১৯ গৰাকী মহিলা অন্ধ্ৰপ্ৰদেশ আৰু ১ গৰাকী মহিলা তামিলনাডুৰ বুলি জানিব পৰা গৈছে ।

20 women held with fake visas at hyderabad airport 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.