ETV Bharat / bharat

COVID-19:ইউক্ৰেইনৰ পৰা ইন্দোৰত উপস্থিত ১৪৪ গৰাকী শিক্ষাৰ্থী

author img

By

Published : Jul 1, 2020, 10:38 AM IST

কৰ'ণা ভাইৰাছৰ বাবেই ইউৰোপৰ ইউক্ৰেইনত আবদ্ধ হৈ পৰা ১৪৪ গৰাকী শিক্ষাৰ্থী মঙলবাৰে উপস্থিত হয় ভাৰতত । বন্দে ভাৰত মিছনৰ জৰিয়তে মঙলবাৰে ইউক্ৰেইনত আবদ্ধ ১৪৪ গৰাকী শিক্ষাৰ্থীক এয়াৰ ইণ্ডিয়াৰ জৰিয়তে ইন্দোৰত উপস্থিত হয় বুলি সদৰি কৰে ।

COVID-19
COVID-19:ইউক্ৰেইনৰ পৰা ইন্দোৰত উপস্থিত ১৪৪ গৰাকী শিক্ষাৰ্থী

নিউজ ডেস্ক, ১ জুলাইঃ অপ্ৰতিৰোধ্য মহামাৰী কৰ'ণাৰ বাবেই ইউৰোপৰ ইউক্ৰেইন আবন্ধ হৈ পৰা ১৪৪ গৰাকী শিক্ষাৰ্থীক এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমানেৰে মঙলবাৰে পুৱা মধ্য প্ৰদেশৰ ইন্দোৰৰ বিমান বন্দৰত উপস্থিত হয় ।

ইন্দোৰৰ বিমান বন্দৰ বিষয়ববীয়া আৰ্যমা সান্যায়ালে মত ব্যক্ত কৰে যে, মঙলবাৰে পুৱা ৫.১৬ বজাত দেবী অহিল্যাবাই হোলকাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হৈ ইউক্ৰেইনত আবদ্ধ হোৱা ১৪৪ গৰাকী ভাৰতীয় শিক্ষাৰ্থীক লৈ ইন্দোৰত উপস্থিত হয় ।

বন্দে ভাৰত আঁচনিৰ জৰিয়তে ইউক্ৰেইনৰ পৰা ইন্দোৰৰ বিমান বন্দৰত উপস্থিত হোৱা শিক্ষাৰ্থীসকলৰ স্ক্ৰীন টেষ্ট কৰাৰ উপৰিও যাত্ৰীসকলৰ সামগ্ৰীসমূহ ছেনিটাইনজ কৰা হয় বুলি সদৰি কৰে । লগতে এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মকৰ্তাই মত ব্যক্ত কৰা অনুসৰি ইউক্ৰেইন পৰা অহা শিক্ষাৰ্থীসকলৰ ভিতৰত ২৯ গৰাকী শিক্ষৰ্থীয়ে মধ্য প্ৰদেশৰ ইন্দোৰৰ আছিল । ইন্দোৰৰ এই সকল শিক্ষাৰ্থীক কোৱাৰেণ্টাইন ৰখা হ'ব বুলিও সদৰি কৰে স্বাস্থ্য কৰ্মীজনে । লগতে ইউক্ৰেইন পৰা অহা বাকী শিক্ষাৰ্থীসকল ছত্তীশগড়,ৰাজস্থান, উত্তৰ প্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ বুলি জানিবলৈ দিয়ে । এই শিক্ষাৰ্থীসকলকো নিজৰ নিজৰ ৰাজ্যসমূহৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন কৰা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।

লগতে চাওকঃ ৰাজ্যত ঔষধৰ নাটনিৰ অভিযোগ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.