ETV Bharat / bharat

সীমান্তৰে বাংলাদেশলৈ প্ৰৱেশৰ চেষ্টা চলোৱা 13 বাংলাদেশীক গ্ৰেপ্তাৰ

author img

By

Published : Sep 16, 2020, 10:12 PM IST

পাঁচগৰাকী মহিলা আৰু তিনি শিশু সহ তেৰজন বাংলাদেশী নাগৰিকক পশ্চিমবংগৰ নৰ্থ 24 পাৰগানাছ জিলাত সীমান্ত সুৰক্ষা বলে কৰায়ত্ত কৰে ৷ অবৈধভাৱে সীমান্তৰে বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা লোককেইজনক আটক কৰি সোধপোচ কৰে বিএছএফে ৷

13 Bangladeshis held in Bengal for trying to cross border illegally
সীমান্তৰে বাংলাদেশলৈ প্ৰৱেশৰ চেষ্টা চলোৱা 13 বাংলাদেশীক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ : পাঁচগৰাকী মহিলা আৰু তিনি শিশু সহ তেৰজন বাংলাদেশী নাগৰিকক পশ্চিমবংগৰ নৰ্থ 24 পাৰগানাছ জিলাত সীমান্ত সুৰক্ষা বলে কৰায়ত্ত কৰে ৷ অবৈধভাৱে সীমান্তৰে বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা লোককেইজনক আটক কৰি সোধপোচ কৰে বিএছএফে ৷

সীমান্ত সুৰক্ষা বলৰ পাচবেৰীয়া আউটপোষ্টত এক বিশেষ পেট্ৰলিং দলে এই লোককেইজনক আটক কৰে ৷ সোধপোচৰ অন্তত এই লোকসকলে স্বীকাৰ কৰে যে, তেওঁলোকে বহু বছৰ পূৰ্বে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে মুম্বাইত কাম কৰি আছিল ৷

লগতে পঢ়ক : অনলাইন শিক্ষাত অসফল হৈ আত্মহত্যা তামিলনাডুৰ ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.