ETV Bharat / bharat

লংকাত গাঞ্জা উদ্ধাৰ - Hojai

হোজাই জিলাৰ লংকাত নিশা গাঞ্জা উদ্ধাৰ ।  লংকা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি

লংকাত গাঞ্জা উদ্ধাৰ
author img

By

Published : Aug 6, 2019, 10:26 AM IST

হোজাই, 6 আগষ্টঃ হোজাই জিলাৰ লংকাত সোমবাৰে নিশা লংকা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 11 কেজি গাঞ্জা ৷

লংকাৰ পাঞ্জাৱী বস্তিত বাস কৰা যাচবিৰ সিং নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা উদ্ধাৰ জব্দ কৰা হয় গাঞ্জাখিনি |

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় যাচবিৰ সিং ৷

বৰ্তমান লংকা থানাত যাচবিৰ সিং ক সোধ-পোছ অব্যাহত ৰাখিছে লংকা আৰক্ষীয়ে ৷

Intro:লংকাত নিশা গাঞ্জা উদ্ধাৰ।Body:হোজাই জিলা লংকাত নিশা গাঞ্জা উদ্ধাৰ।

লংকা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ১১ কেজি গাঞ্জা |

যাচবিৰ সিং নামৰ ব্যক্তি জনৰ ঘৰৰ পৰা উদ্ধাৰ জব্দ কৰা গাঞ্জা খিনি |

লংকা পাঞ্জাৱী বস্তিত ঘৰ যাচবিৰ সিংৰ।

যাচবিৰ সিং ক আটক কৰি লৈ আহে লংকা থানালৈ |

বৰ্তমান লংকা আৰক্ষীযে তদন্ত অব্যাহত ৰাখিছে।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.