ETV Bharat / bharat

ভূপালত গণেশ মূৰ্তি বিসৰ্জন দিবলৈ গৈ ১১জনৰ সলিল সমাধি;সন্ধানহীন 8জন

ভূপালৰ খাটলাপূৰা ঘাটত গণেশ মূৰ্তি বিসৰ্জন দিবলৈ গৈ সংঘটিত হয়  নাও দুৰ্ঘটনা ৷ নাও ডুবি মৃত্যু ১১ জন ব্যক্তিৰ মৃত্যু হয়   ৷

ভূপালত গণপতি বিসৰ্জনত 11 জনৰ মৃত্যু
author img

By

Published : Sep 13, 2019, 9:59 AM IST

Updated : Sep 13, 2019, 1:33 PM IST

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰঃ মধ্যপ্ৰদেশৰ ভূপালত মৰ্মান্তিক ঘটনা ৷ গণেশ পূজাৰ আনন্দ উল্লাসৰ মাজতে ভূপালত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। ভূপালৰ খাটলাপূৰা ঘাটত গণেশ মূৰ্তি বিসৰ্জন দিবলৈ গৈ সংঘটিত হয় নাও দুৰ্ঘটনা ৷ নাও ডুবি মৃত্যু ১১ জন ব্যক্তিৰ মৃত্যু হয় ৷

আনহাতে, পানীৰ পৰা উদ্ধাৰ কৰিছে 6 জন লোক ৷ বৰ্তমানেও সন্ধানহীন 8 জনকৈ লোক ৷ ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী মহাপৰিদৰ্শক, উপ আৰক্ষী মহাপৰিদৰ্শক, আৰক্ষী আয়ুক্ত ৷

ভূপালত গণেশ মূৰ্তি বিসৰ্জন দিবলৈ গৈ ১১জনৰ সলিল সমাধি

Intro:Body:

MINAKSHEE

Conclusion:
Last Updated : Sep 13, 2019, 1:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.