ETV Bharat / bharat

জন্মদিন পালনৰ বাবে সঞ্চিত ধন দান কৰিলে দশম শ্ৰেণীৰ ছাত্ৰীয়ে - ভাগালপুৰৰ দশম শ্ৰেণীৰ ছাত্ৰী

কোভিড-19 ৰ বাবে চৰকাৰে স্থাপন কৰা সাহাৰ্য পূঁজিলৈ ছাত্ৰী গৰাকীয়ে আগবঢ়াইছে নিজৰ জমাপূঁজিৰ ধন । ছাত্ৰীগৰাকীয়ে এই ধন অৰ্পণ কৰে জিলা দণ্ডাধীশ প্ৰণৱ কুমাৰৰ কাৰ্যালয়ত ।

জন্মদিনপালনৰ বাবে সঞ্চিত ধন দান কৰিলে দশম শ্ৰেণীৰ ছাত্ৰীয়ে

author img

By

Published : Mar 31, 2020, 7:36 PM IST

Updated : Mar 31, 2020, 9:22 PM IST

নিউজ ডেস্ক,31 মাৰ্চঃ যি সময়ত সামান্য সাহাৰ্যই প্ৰভাৱ পেলাব পাৰে তেনে সময়তে বিহাৰৰ ভাগলপুৰৰ দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে দেখুৱালে নিদৰ্শন । কোভিড-19 ৰ বাবে চৰকাৰে স্থাপন কৰা সাহাৰ্য পূঁজিলৈ ছাত্ৰী গৰাকীয়ে আগবঢ়াইছে নিজৰ জমাপূঁজিৰ ধন । ছাত্ৰীগৰাকীয়ে এই ধন অৰ্পণ কৰে জিলা দণ্ডাধীশ প্ৰণৱ কুমাৰৰ কাৰ্যালয়ত ।

ছম্ভবি শ্বেখৰ নামৰ ছাত্ৰীগৰাকীয়ে এবছৰৰ পৰা এই ধন জন্মদিন পালনৰ বাবে সঞ্চয় কৰি আহিছিল । কিন্তু সাম্প্ৰতিক সময়ত কোভিড-19 ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিত বহু দৰিদ্ৰ লোক সমস্যাত পৰিছে । সেয়ে দৰিদ্ৰ লোক সকলৰ সহায়ক হোৱাকা ছাত্ৰীগৰাকীয়ে ধন ৰাশি আগবঢ়াই । ছম্ভবিৰ এই সিদ্ধান্তক জিলাখনৰ বহু লোকেই আদৰণি জনাইছে ।

Last Updated : Mar 31, 2020, 9:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.