ETV Bharat / bharat

সামাজিক দূৰত্ব অমান্য কৰি মৎস্য উৎসৱ পালন !

আৰিয়ালুৰৰ নাক্কাম্বাদি গাঁৱত সামাজিক দূৰত্বৰ নিয়ম ভংগ কৰি মাছ ধৰিলে একাংশ লোকে ৷ আৰক্ষীয়ে খেদি পঠিয়ালে সকলোকে ৷

Social distancing flown away
Social distancing flown away
author img

By

Published : Jun 4, 2020, 5:02 AM IST

নিউজ ডেস্ক, 4 জুন : কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বত অস্বাভাৱিক হৈ পৰিছে মানুহৰ জীৱন যাত্ৰা ৷ অন্ধপ্ৰদেশত 144 ধাৰা জাৰী কৰাৰ পাচতো নিয়ম ভংগ কৰিছে একাংশ লোকে ৷ কোনো ধৰণৰ সজাগতা নোলোৱাকৈ মাছ ধৰিবলৈ একগোট হ'ল শতাধিক লোক ৷

Social distancing flown away
সামাজিক দূৰত্ব অমান্য কৰি মৎস্য উৎসৱ পালন !

আৰিয়ালুৰৰ নাক্কাম্বাদি গাঁৱত দেখা গ'ল এইদৰে সামাজকি দূৰত্ব ভংগ কৰি শতাধিক লোকে একেলগে মাছ ধৰা দৃশ্য ৷ মৎস্য উৎসৱ পালন কৰি এইদৰে মাছ ধৰিলে লোকসকলে ৷ কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে এই উৎসৱ আয়োজন নকৰিবলৈ আহ্বান জনোৱা হৈছিল যদিও মান্তি নহ'ল গাঁওবাসী ৷ এই ঘটনাৰ খবৰ পায় সেই স্থানত আৰক্ষী উপস্থিত হৈ খেদায় পঠিয়াই লোকসকলক ৷

লগতে পঢ়ক : ৰাজস্থানত পত্নীয়ে হত্যা কৰিলে স্বামীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.