ETV Bharat / bharat

Benefits of Tulsi Aloevera Juice: পেট ঠাণ্ডা কৰিবলৈ খাওক তুলসী আৰু এলোভেৰাৰ এই ৰস, জানি লওক ৰেচিপি

author img

By

Published : Mar 14, 2023, 12:25 PM IST

খাদ্য সংক্ৰমণ আৰু পেটৰ সৈতে জড়িত সমস্যাই গৰমৰ দিনত মানুহক অধিক আমনি কৰে । এনে পৰিস্থিতিত তুলসী আৰু এলোভেৰাৰ ৰস আপোনাৰ বাবে উপকাৰী হ’ব পাৰে ।

Benefits of Tulsi Aloevera Juice
পেট ঠাণ্ডা কৰিবলৈ খাওক তুলসী আৰু এলোভেৰাৰ এই ৰস, জানি লওক ৰেচিপি

তুলসী আৰু এলোভেৰা, দুয়োবিধেই আয়ুৰ্বেদত বহু ৰোগৰ নিৰাময়ৰ বাবে এক উত্তম সামগ্ৰী বুলি গণ্য কৰা হয় । পেটৰ সমস্যাৰ পৰা আৰম্ভ কৰি হাওঁফাওঁলৈকে বহু সমস্যাত এই দুয়োটা সামগ্ৰী ব্যৱহাৰ কৰা হয়(Benefits of Tulsi Aloevera Juice)। গ্ৰীষ্মকালৰ আগমণৰ পূৰ্বে এই বনৌষধি দুবিধ বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি ।

কাৰণ গ্ৰীষ্মকালত মানুহে খাদ্য সংক্ৰমণ আৰু পেটৰ সৈতে জড়িত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । এনে পৰিস্থিতিত যদি আপুনি তুলসী আৰু এলোভেৰা এই দুয়োটাৰে ৰস পান কৰে তেন্তে পেটৰ সৈতে জড়িত বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি(What are the 10 benefits of aloe vera)। কেনেকৈ, গতিকে প্ৰথমে এই ৰস তৈয়াৰ কৰা পদ্ধতি আৰু তাৰ পিছত ইয়াৰ উপকাৰিতা বিষয়ে জানি লওক(Aloe Vera Ras with Tulsi) ।

তুলসী-এলোভেৰা জুচৰ ৰেচিপি(Tulsi Aloevera juice recipe)

তুলসী-এলোভেৰাৰ ৰস তৈয়াৰ কৰিবলৈ প্ৰথমে সতেজ এলোভেৰা লওক আৰু তাৰ পিছত ইয়াৰ জেল উলিয়াই লওক । এতিয়া তুলসীৰ পাত কেইটামান লৈ ধুই ৰাখিব। এই দুয়োটা পানীৰ লগত মিহলাই তাৰ পিছত মিক্সাৰত পিহি লওক । এতিয়া এই ৰস ফিল্টাৰ কৰি তাত ক’লা নিমখ দিব । এতিয়া এই ৰস সেৱন কৰক ।

তুলসী-এলোভেৰাৰ ৰস খোৱাৰ উপকাৰিতা

১) পেট ঠাণ্ডা কৰে (Tulsi Aloevera juice for stomach cooling)

তুলসী-এলোভেৰাৰ ৰসে পেট ঠাণ্ডা কৰাত সহায় কৰিব পাৰে । আচলতে এই ৰস খালে পেটৰ তাপ কমি যায় আৰু একে সময়তে ই পিত্তৰ সমস্যা কম কৰাত সহায়ক হয় । ইয়াৰ উপৰিও ইয়াক সেৱনে পেটত হাইড্ৰেচন বৃদ্ধি কৰাৰ লগতে পাচন এনজাইমকো সহায় কৰে ।

২) অন্ত্ৰ পৰিষ্কাৰ কৰাত সহায়ক (Tulsi Aloevera juice for intestine cleaning)

তুলসী-এলোভেৰাৰ ৰস খোৱাটো অন্ত্ৰ পৰিষ্কাৰ কৰাৰ বাবে অতি উপকাৰী । এই পানীয়ই এলোভেৰা জেল আৰু পানীৰে শৰীৰৰ পৰা অন্ত্ৰত আবদ্ধ হৈ থকা মলি বাহিৰলৈ উলিয়াই অনাত সহায় কৰে(What is the benefits of aloe vera and Tulsi)। ইয়াৰ লগতে এই ৰসে অন্ত্ৰৰ কাম ক্ষিপ্ৰ কৰাত আৰু ইয়াৰ সকলো সমস্যা ৰোধ কৰাত সহায় কৰে ।

৩) যকৃতৰ বাবে উপকাৰী(Tulsi Aloevera juice for liver detox)

এলোভেৰা তুলসীৰ ৰসে যকৃতৰ বাবে ডিটক্স ড্ৰিংক হিচাপে কাম কৰিব পাৰে। এই ৰস খালে যকৃতৰ কোষবোৰ ত্বৰান্বিত হয় আৰু যকৃতৰ কাৰ্যক্ষমতা ত্বৰান্বিত হয় । ইয়াৰ লগতে ই যকৃত পৰিষ্কাৰ কৰাত সহায় কৰে । গতিকে, এইদৰে এই পানীয়ই যকৃতৰ কাম-কাজ উন্নত কৰাৰ লগতে ইয়াক সুস্থ কৰি ৰখাত সহায় কৰে ।

লগতে পঢ়ক: Skin Care Tips: গ্ৰীষ্মকালত কোমল তথা সুস্থ ছালৰ অধিকাৰী হ'বলৈ অনুসৰণ কৰক এই টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.