ETV Bharat / bharat

বিগত 19 বছৰত উত্তৰাখণ্ডত ধৰ্ষণৰ বলি হৈছে প্ৰায় 3956 গৰাকী মহিলা ! - আৰক্ষী থানা

উত্তৰাখণ্ডত বিগত 19 বছৰত ধৰ্ষণৰ বলি হৈছে প্ৰায় 3956 গৰাকী মহিলা ৷ আনহাতে ৰাজ্যখনত বিগত 19 বছৰত এচিড আক্ৰমণৰ বলি হৈছে 19 গৰাকী মহিলা ৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে এই তথ্য ৷

Over 4000 women raped in Uttarakhand in last 19 years
বিগত 19 বছৰত এইখন ৰাজ্যত ধৰ্ষণৰ বলি হৈছে প্ৰায় 3956 গৰাকী মহিলা !
author img

By

Published : Jan 3, 2021, 3:36 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী : উত্তৰাখণ্ডত বিগত 19 বছৰত ধৰ্ষণৰ বলি হৈছে প্ৰায় 3956 গৰাকী মহিলা ৷ আনহাতে ৰাজ্যখনত বিগত 19 বছৰত এচিড আক্ৰমণৰ বলি হৈছে 19 গৰাকী মহিলা ৷ বিগত 19 বছৰে উত্তৰাখণ্ডৰ বিভিন্ন স্থানত 3956 টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে ৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে এই তথ্য ৷

Over 4000 women raped in Uttarakhand in last 19 years
বিগত 19 বছৰত এইখন ৰাজ্যত ধৰ্ষণৰ বলি হৈছে প্ৰায় 3956 গৰাকী মহিলা !

ৰাজ্যখনৰ হালধিৱানী নিৱাসী আৰ.টি.আই. কৰ্মী হেমন্ত গনিয়াই ৰাজ্যখনৰ আৰক্ষীৰ মহা পৰিদৰ্শকৰ পৰা এই সন্দৰ্ভত তথ্য বিচৰাৰ পাছত 2019 লৈকে ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাত 3956 টা ধৰ্ষণৰ গোচৰ ৰুজু হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷

তদুপৰি ৰাজ্যখনত ধৰ্ষণৰ বলি হোৱা ভুক্তভোগীক আৰ্থিক সহায়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে 4 কোটি 81 লাখ 80 হাজাৰ টকা খৰচ কৰিছে ৷ আনহাতে এচিড আক্ৰমণৰ বলি হোৱা ভুক্তভোগীক আৰ্থিক সহায়ৰ ক্ষেত্ৰত উত্তৰাখণ্ডৰ চৰকাৰে 17 লাখ 90 হাজাৰ টকা খৰচ কৰাৰ তথ্যও পোহৰলৈ আহিছে ৷

লগতে পঢ়ক: জুক’ ভেলীৰ বনজুই নিয়ন্ত্ৰণৰ বাবে বাম্বি বাকেট অভিযান বায়ুসেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.