ETV Bharat / bharat

অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ জোৱানে উপস্থাপন কৰিব পিনাক মাল্টি লাঞ্চ ৰকেট চিষ্টেম - মোহালীৰ এজন বায়ু সেনা বাহিনীৰ জোৱান

অৱসৰ প্ৰাপ্ত মোহালীৰ এজন বায়ু সেনা বাহিনীৰ জোৱানে সাজি উলিয়াইছে পিনাক মাল্টি লাঞ্চ ৰকেট চিষ্টেম ৷ যিটোৱে 37.5 কিলোমিটাৰ আতৰত থকা শত্ৰুক আক্ৰমণ কৰাৰ লগতে 90 কিলোমিটাৰ দূৰত্বলৈকে যুদ্ধ কৰিব পাৰিব ৷

অৱসৰ প্ৰাপ্ত সেনা বাহিনীৰ জোৱানে উপস্থাপন কৰিব পিনাক মাল্টি লাঞ্চ ৰকেট চিষ্টেম

author img

By

Published : Jan 25, 2021, 11:10 AM IST

নেশ্যনেল ডেস্ক, 25 জানুৱাৰী: মোহালীৰ এজন বায়ু সেনা বাহিনীৰ অৱসৰ প্ৰাপ্ত জোৱান ৷ যিয়ে ভাৰতীয় সেনা বাহিনীত যোগদান কৰাৰ পুৰ্বে বাংগালুৰুত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্ম জীৱনৰ পাতনি মেলিছিল ৷ সেই জোৱানজনে গণৰাজ্য দিৱসত উপস্থাপন কৰাৰ বাবে পিনাক মাল্টি লাঞ্চ ৰকেট চিষ্টেম সাজি উলিয়াইছে ৷

উল্লেখ্য যে,উন্নত বিজ্ঞান প্ৰযুক্তিৰে নিৰ্মাণ কৰা কেপ্টেইন ৱিভৰ গুলাটিৰ জৰিয়তে 37.5 কিলোমিটাৰ আতৰত থকা শত্ৰুক আক্ৰমণ কৰিব পৰাৰ লগতে ইয়াৰ নতুন সংস্কৰণৰ জৰিয়তে 90 কিলোমিটাৰ দূৰত্বলৈকে যুদ্ধ কৰিব পাৰিব ৷

এক চৰকাৰী বিবৃতি যোগে কোৱা হৈছে যে, ভাৰতীয় সেনা বাহিনীৰ বাবে ই এক বিশেষ উপহাৰ হ'ব ৷ যি আজিলৈকে যুদ্ধ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কোনো অস্ত্ৰৰ লগতে তুলনা নহয় ৷ ই যুদ্ধক্ষেত্ৰৰ বাবে ইশ্বৰ স্বৰূপ ৷

প্ৰতিৰক্ষা বিভাগৰ এক বিবৃতিত কোৱা হৈছে যে, 1963 চনত আমবালাত 841 ৰকেট ৰেজিমেন্টে এক ৰকেট চিষ্টেম সাজি উলিয়াইছিল ৷ যিয়ে 65 আৰু 71 চনৰ যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷

লগতে পঢ়ক: গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব লগা শিল্পীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.