ETV Bharat / bharat

Hair Care Tips: গা ধোৱাৰ আধা ঘণ্টা পূৰ্বে লগাওক পাকঘৰত থকা এই ৩বিধ বস্তু, দামীতকৈও দামী কণ্ডিচনাৰ হ’ব ফেইল - ঘৰতে বনোৱা হেয়াৰ কণ্ডিচনাৰ কেনেকৈ ব্যৱহাৰ কৰিব

Hair Care Tips: আজি আমি আপোনালোকৰ বাবে লৈ আহিছো হেয়াৰ কণ্ডিচনাৰ তৈয়াৰৰ পদ্ধতি । এই কণ্ডিচনাৰটো পাকঘৰত থকা উপাদানৰ সহায়ত প্ৰস্তুত কৰিব পৰা যায় যিয়ে আপোনাৰ চুলিক গভীৰভাৱে পুষ্টি প্ৰদান কৰে তথা আপোনাৰ চুলিক শক্তিশালী, কোমল আৰু চিকচিকিয়া কৰি তোলে ।

Apply these 3 things to hair half an hour before bath, expensive conditioner will also fail
গা ধোৱাৰ আধা ঘণ্টা পূৰ্বে লগাওক পাকঘৰত থকা এই ৩বিধ বস্তু, দামীতকৈও দামী কণ্ডিচনাৰ হ’ব ফেইল
author img

By

Published : Jul 4, 2023, 8:28 PM IST

বতৰৰ পৰিৱৰ্তনৰ লগে লগে চুলি সৰা সমস্যাই আপোনাক আমনি কৰে । তাৰ পিছত এই সমস্যা দূৰ কৰিবলৈ আপুনি ব্যয়বহুল শ্বেম্পু, হেয়াৰ মাস্ক বা বিশেষ চিকিৎসা গ্ৰহণ কৰে । কিন্তু এই সকলোবোৰ পদ্ধতি ব্যয়বহুল হোৱাৰ লগতে ৰাসায়নিক পদাৰ্থৰে ভৰপূৰ যিয়ে আপোনাৰ চুলিত কোনো উল্লেখযোগ্য প্ৰভাৱ দেখুৱাব নোৱাৰে । এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে হেয়াৰ কণ্ডিচনাৰ বনাব পৰা পদ্ধতি লৈ আহিছো ।

এই কণ্ডিচনাৰ পাকঘৰৰ সামগ্ৰী যেনে দৈ, সৰিয়হ তেল আৰু নেমুৰ ৰসৰ সহায়ত প্ৰস্তুত কৰা হয় । এই তিনিটা বস্তু এনে বহুতো গুণেৰে ভৰপূৰ যিয়ে আপোনাৰ চুলিক গভীৰভাৱে পুষ্টি দিয়ে, যাৰ ফলত আপোনাৰ চুলিবোৰ মজবুত, কোমল আৰু চিকচিকিয়া হয়, গতিকে ঘৰতে বনোৱা চুলি কণ্ডিচনাৰ কেনেকৈ বনাব পাৰি জানো আহক ৷

ঘৰতে বনোৱা হেয়াৰ কণ্ডিচনাৰ তৈয়াৰৰ উপকৰণ-

  • দৈ
  • সৰিয়হৰ তেল দুচামুচ
  • ১ বা ১/২ চামুচ নেমুৰ ৰস

ঘৰতে হেয়াৰ কণ্ডিচনাৰ কেনেকৈ তৈয়াৰ কৰিব ?

  • ঘৰতে বনোৱা হেয়াৰ কণ্ডিচনাৰ বনাবলৈ প্ৰথমে এটা বাটি লওক ।
  • তাৰ পিছত আপুনি দৈ, দুচামুচ সৰিয়হৰ তেল আৰু তাত এচামুচ বা আধা চামুচ নেমুৰ ৰস দিব ।
  • ইয়াৰ পিছত এই তিনিটা বস্তু ভালদৰে হুইপ কৰি কোমল ক্ৰীমযুক্ত পেষ্ট বনাওক ।
  • এতিয়া আপোনাৰ ঘৰতে বনোৱা হেয়াৰ কণ্ডিচনাৰটো সাজু হৈছে ।

ঘৰতে বনোৱা হেয়াৰ কণ্ডিচনাৰ কেনেকৈ ব্যৱহাৰ কৰিব ?

  • ঘৰতে বনোৱা হেয়াৰ কণ্ডিচনাৰ লগোৱাৰ আগতে চুলিখিনি ফনীয়াই লওক ।
  • তাৰ পিছত প্ৰস্তুত কৰা পেষ্টখিনি গুড়িৰ পৰা চুলিৰ দৈৰ্ঘ্যলৈকে ভালদৰে লগাওক ।
  • ইয়াৰ পিছত হয় চুলিখিনি ভালদৰে বান্ধিব লাগে নহয় টুপিৰে ঢাকি ৰাখক ।
  • তাৰ পিছত এই পেষ্টটো চুলিত কমেও আধা ঘণ্টা ৰাখক ।
  • ইয়াৰ পিছত প্ৰথমে পানীৰে চুলিখিনি ধুই লওক আৰু তাৰ পিছত মৃদু চেম্পুৰ সহায়ত চুলিখিনি ধুই লওক ।

লগতে পঢ়ক: Alzheimer: ২০৫০ চনলৈ তিনিগুণ বৃদ্ধি হ’ব এলঝেইমাৰ ৰোগীৰ সংখ্যা ! জানক কেনেকৈ এই আশংকা দূৰ কৰিব পাৰি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.