ETV Bharat / bharat

এদিনত 1 লাখ কোভিড প্ৰতিষেধক দিবলৈ সাজু এপ’ল’ হাস্পতাল - Apollo vaccine survey

কৰ’ণাৰ প্ৰতিষেধক মুকলি হোৱাৰ পিছত এপ’ল’ হাস্পতালে সমগ্ৰ ভাৰতত এদিনতে 1 লাখ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷ এই প্ৰতিষেধক পৰৱৰ্তী 60-120 দিনৰ ভিতৰত মুকলি হ’ব বুলি আশাবাদী চিকিৎসা বিজ্ঞানৰ লগতে হাস্পতাল কৰ্তৃপক্ষ ৷

Apollo to give 1 million Covid vaccines a day
এদিনত 1 লাখ কোভিড প্ৰতিষেধক দিবলৈ সাজু এপ’ল’ হাস্পতাল
author img

By

Published : Nov 25, 2020, 2:19 PM IST

নতুন দিল্লী,25 নৱেম্বৰ: কোভিড 19 ৰ প্ৰতিষেধক বজাৰত মুকলি হোৱাৰ পিছতে বিভিন্ন চিকিৎসালয়, ক্লিনিক, স্বাস্থ্য কেন্দ্ৰ, ফাৰ্মাচী আৰু এপ’ল’ 24/7 ৰ মাধ্যমেৰে সমগ্ৰ দেশতে এক লাখ প্ৰতিষেধক প্ৰদান কৰিবলৈ সাজু বুলি ঘোষণা কৰে ৷ কোভিড 19 প্ৰতিষেধক পৰৱৰ্তী 60-120 দিনৰ ভিতৰত মুকলি হোৱাৰ আশা প্ৰকাশ কৰিছে এপ’ল’ কৰ্তৃপক্ষই ৷ এক সমীক্ষাৰ দ্বাৰা এপ’ল’ কৰ্তৃপক্ষই মানুহৰ পৰা মতামত সংগ্ৰহ কৰি এই প্ৰতিষেধক লোৱা-নোলোৱা সম্পৰ্কত পঞ্জীয়ন কৰা আৰম্ভ কৰিছে ৷

উক্ত সমীক্ষাটোত "আপুনি কোভিড 19 প্ৰতিষেধক গ্ৰহণ কৰাত আগ্ৰহী নে? কিমান সময়ৰ ভিতৰত আপুনি এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আগ্ৰহী" বুলি প্ৰশ্ন সোধা হৈছিল ৷

এই সম্পৰ্কত আপডেট হ’বলৈ পঞ্জীয়নৰ লগতে ফোন নম্বৰ অন্তৰ্ভূক্ত কৰাতো আৱশ্যকীয় ৷ বজাৰত এই প্ৰতিষেধক মুকলি হ’লে কেনেদৰে ইয়াক লাভ কৰিব পৰা যাব সেয়া বিতংভাৱে জনোৱা হ’ব ৷

লগতে চাওকঃ চৰকাৰী বাসগৃহত উপস্থিত হৈ গগৈৰ পৰিয়ালক সান্ত্বনা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.