ETV Bharat / bharat

India Covid Case: দেশত সক্ৰিয় কৰোনা ৰোগী ৮৩৯৯০লৈ বৃদ্ধি

author img

By

Published : Jun 23, 2022, 7:12 PM IST

যোৱা বছৰ ৪ মে'ত ২ কোটি, ২৩ জুনত ৩ কোটি আৰু এই বছৰৰ ২৫ জানুৱাৰীত ৪ কোটিৰ কোভিড সংক্ৰমণৰ ভয়ংকৰ মাইলৰ খুঁটি অতিক্ৰম কৰে (country crossed milestone of two crore on May 4)।

India covid situation
India covid situation

নিউজ ডেস্ক, ২৩ জুন : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বৃহস্পতিবাৰৰ তথ্য অনুসৰি, ভাৰতত 13,313টা নতুন কৰোনা ভাইৰাছ সংক্ৰমণৰ নতুন ঘটনা পোৱা গৈছে (India logged 13,313 new coronavirus infections)। যাৰ ফলত দেশত কোভিড-19 ৰোগীৰ মুঠ সংখ্যা 4,33,44,958 হৈছে । আনহাতে, বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা 83,990 লৈ বৃদ্ধি হৈছে । পুৱা ৮ বজাৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৩৮ জন লোকৰ কোভিডত মৃত্যু হৈছে (according to Union Health Ministry data)। ইয়াকে লৈ মুঠ মৃত্যুৰ সংখ্যা ৫,২৪,৯৪১ লৈ বৃদ্ধি পাইছে । সংক্ৰমণৰ হাৰ 0.19 শতাংশৰ বিপৰীতে সুস্থতাৰ হাৰ 98.60 শতাংশ (COVID-19 recovery rate)।

বিগত 24 ঘণ্টাত সক্ৰিয় কোভিড-19 সংখ্যা বৃদ্ধি পাইছে 2,303 জন (active COVID-19 case) । মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দৈনিক সংক্ৰমণৰ হাৰ (positivity rate) ২.০৩ শতাংশ আৰু সাপ্তাহিক হাৰ ২.৮১ শতাংশ। আনহাতে, কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 4,27,36,027 লৈ বৃদ্ধি পাইছে । আনহাতে, মৃত্যুৰ হাৰ (fatality rate) হৈছে 1.21 শতাংশ ।

মন্ত্ৰালয়ৰ সূত্ৰ মতে, দেশজুৰি কোভিড-১৯ টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে দেশত ১৯৬.৬২ কোটি কোভিড টীকা (Covid vaccine) প্ৰদান কৰা হৈছে । ভাৰতত কোভিড-19 ৰ সংখ্যাই 7 আগষ্ট, 2020 তাৰিখে 20 লাখ, 23 আগষ্টত 30 লাখ, 5 ছেপ্টেম্বৰত 40 লাখ আৰু 16 ছেপ্টেম্বৰত 50 লাখ অতিক্ৰম কৰে । ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰে আৰু ১৯ ডিচেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰে ।

দেশত যোৱা বছৰ ৪ মে'ত ২ কোটি, ২৩ জুনত ৩ কোটি আৰু এই বছৰৰ ২৫ জানুৱাৰীত ৪ কোটিৰ কোভিড সংক্ৰমণৰ ভয়ংকৰ মাইলৰ খুঁটি অতিক্ৰম কৰে (country crossed milestone of two crore on May 4)। আনহাতে, ৩৮টা নতুন মৃত্যুৰ ঘটনাৰ ভিতৰত আছে কেৰালাৰ ২০ জন, উত্তৰ প্ৰদেশৰ চাৰিজন, দিল্লী আৰু মহাৰাষ্ট্ৰৰ তিনিজন, পঞ্জাব আৰু পশ্চিমবংগৰ পৰা দুজনকৈ আৰু হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু মিজোৰামৰ পৰা এজনকৈ।

দেশত এতিয়ালৈকে মুঠ ৫,২৪,৯৪১ জন লোকৰ মৃত্যু হৈছে। তাৰে ভিতৰত মহাৰাষ্ট্ৰত ১,৪৭,৮৯২ জন, কেৰালাত ৬৯,৯১৭ জন, কৰ্ণাটকত ৪০,১১৩ জন, তামিলনাডুত ৩৮,০২৬ জন, দিল্লীত ২৬,২৪২ জন, উত্তৰ প্ৰদেশত ২৩,৫৩২ জন আৰু পশ্চিমবংগত ২১,২১২ জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে । ৭০ শতাংশতকৈও অধিকৰ মৃত্যু হৈছে কোমৰ্বিডিটিৰ ফলত ।

লগতে পঢ়ক :Tripura bye poll: ত্ৰিপুৰাত আৰক্ষীক ছুৰিকাঘাত বিজেপি সমৰ্থকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.