ETV Bharat / bharat

গাজীপুৰ সীমান্তত কৃষক নেতাৰে সাক্ষাৎ আপ নেতা সঞ্জয় সিঙৰ

author img

By

Published : Dec 27, 2020, 10:41 PM IST

কৃষক সকলক সমৰ্থন জনাই কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে আম আদমী পাৰ্টীৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে ৷ চৰকাৰে পুঁজিপতি সকলৰ চাপত হে কাম কৰি আছে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷

aap-leader-sanjay-singh-meets-farmer-leader-in-ghazipur-border
গাজীপুৰ সীমান্তত কৃষক নেতাৰে সাক্ষাৎ আপ নেতা সঞ্জয় সিঙৰ

নিউজ ডেস্ক, 27 ডিচেম্বৰ : দেওবাৰে আম আদমী পাৰ্টীৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং গাজিয়াবাদ আৰু দিল্লীৰ সীমা গাজীপুৰ সীমান্তত উপস্থিত হয় ৷ য‘ত তেও কৃষক সকলক সমৰ্থন আগবঢ়ায় আৰু কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁ কয় যে, চৰকাৰে পুঁজিপতি সকলৰ চাপত হে কাম কৰি আছে ৷ গাজীপুৰ সীমান্তত উপস্থিত হৈ তেওঁ কৃষক নেতা বি.এম সিঙৰ সৈতেও সাক্ষাৎ কৰে ৷

সঞ্জয় সিঙে লগতে কয় যে, এই কৃষি আইন অহংকাৰত প্ৰস্তুত কৰা হৈছে ৷ আইনত অসীমিত মজুতকৰণৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে ৷ যিটো কৃষকে বিচৰা নাছিল ৷ আইনখনত ঠিকাভিত্তিক কৃষিৰ কথাও কোৱা হৈছে, যিটো কৃষক সকলে মানি ল'বলৈ অপ্ৰস্তুত ৷ কৃষক সকলে এম.এছ.পি. বিচাৰি আছে যদিও সেই সন্দৰ্ভত কোনো আইন বনোৱা হোৱা নাই ৷

তদুপৰি সঞ্জয় সিঙে কয় যে, " কৃষকৰ পুত্ৰ কাৰণে ইয়ালৈ আহিছো ৷ কোনো ৰাজনৈতিক দলৰে সম্পৰ্কিত থকা বাবে নহয় ৷ "

লগতে পঢ়ক : আইচিচিৰ দশকটোৰ দলৰ তালিকা প্ৰকাশ, এদিনীয়া দলৰ নেতৃত্বত এমএছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.