নেশ্যনেল ডেস্ক, ৪ মাৰ্চ: অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰৰ কৰ্কট ৰোগত আক্ৰান্ত এটি শিশুৰ মনৰ আশা পূৰণ কৰিলে গুণ্টুৰৰ আৰক্ষী অধীক্ষক আৰ এন এম্মীৰেড্ডীয়ে । এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হোৱাৰ আশা মনত পুহি ৰাখিছিল কণমানি শ্বেইখে । শিশুটিক নিজৰ আসনত বহিবলৈ দি সপোন পূৰণ কৰিলে আৰক্ষী অধীক্ষক আৰ এন এম্মীৰেড্ডীয়ে ।
![কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ সপোন পূৰণ কৰিলে গুণ্টুৰৰ আৰক্ষী অধীক্ষকে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ap-gnt-10-03-sp-fullfil-cancer-children-wish-av-3067949_03032021203459_0303f_1614783899_547_0403newsroom_1614840075_423.jpeg)
আনহাতে, ৰোগাক্ৰান্ত পুত্ৰৰ মনৰ আশা পূৰণ কৰাৰ বাবে শ্বেইখৰ পিতৃ নৱেল চন্দ আৰু মাতৃ বিবি নুৰজাহানে আৰক্ষী অধীক্ষক গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে ।
![কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ সপোন পূৰণ কৰিলে গুণ্টুৰৰ আৰক্ষী অধীক্ষকে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ap-gnt-10-03-sp-fullfil-cancer-children-wish-av-3067949_03032021203459_0303f_1614783899_480_0403newsroom_1614840075_747.jpeg)
লগতে পঢ়ক: ডিগবৈ সমষ্টিবাসীৰ মনৰ কথাৰে জনতাৰ কণ্ঠ