ETV Bharat / bharat

6 বছৰ বয়সত কম্পিউটাৰ প্ৰোগ্ৰামাৰঃ গিনিজ বুকত নাম অন্তৰ্ভুক্ত কৰিলে অৰহমে - গিনিজ বুকত নাম অন্তৰ্ভুক্ত

পাঁচ-ছয় বছৰীয়া কোনো শিশুৱে পৃথিৱীৰ সবাতোকৈ কম বয়সৰ কম্পিউটাৰ প্ৰোগ্ৰামাৰ হিচাপে স্বীকৃতি লাভ কৰিলে সেয়া নিশ্চয়কৈ আচৰিত কৰিবলগীয়া কথা ৷ আৰু সকলোকে আচৰিত কৰি চৰ্চালৈ অহা শিশুটি হৈছে আহমেদাবাদৰ অৰহম তলচানিয়া ৷

6 year-old-boy from Ahmedabad enters Guinness World Record as youngest computer programmer
6 বছৰ বয়সত কম্পিউটাৰ প্ৰোগ্ৰামাৰঃ গিনিজ বুকত নাম অন্তৰ্ভুক্ত কৰিলে অৰহমে
author img

By

Published : Nov 10, 2020, 6:03 PM IST

নিউজ ডেস্ক, 10 নৱেম্বৰ : সাধাৰণতে পাঁচৰ পৰা ছয়বছৰীয়া শিশুৱে পঢ়া-শুনাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰাই পৰিলক্ষিত হয় ৷ কিন্তু এই একেই পাঁচ-ছয় বছৰীয়া কোনো শিশুৱে পৃথিৱীৰ সবাতোকৈ কম বয়সৰ কম্পিউটাৰ প্ৰোগ্ৰামাৰ হিচাপে স্বীকৃতি লাভ কৰিলে সেয়া নিশ্চয়কৈ আচৰিত কৰিবলগীয়া কথা আৰু সকলোকে আচৰিত কৰি চৰ্চালৈ অহা শিশুটি হৈছে আহমেদাবাদৰ অৰহম ওম তালচানিয়া ৷ অৰহমে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্বৰ সবাতোকৈ কম বয়সৰ কম্পিউটাৰ প্ৰোগ্ৰামাৰ হিচাপে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷

2য় মান শ্ৰেণীত অধ্যানৰত 6 বছৰীয়া অৰহমে শক্তিশালী পায়থন প্ৰোগ্ৰামিং ভাষাৰ পৰীক্ষা উত্তীৰ্ণ হৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৷ এই পৰীক্ষা 23 জানুৱাৰী 2020 চনত মাইক্ৰচফ্টৰ দ্বাৰা অধিকৃত পিয়ৰ্চন ব্লু টেষ্ট কেন্দ্ৰত আয়োজন কৰা হৈছিল ৷

লগতে পঢ়ক: বিগত বৰ্ষৰ তুলনাত হিমাচলত আপেলৰ উৎপাদন 30% হ্ৰাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.