- সমাগত 2023 চনৰ মেঘালয় বিধানসভা নিৰ্বাচন (Meghalaya Assembly election 2023)
- নিৰ্বাচনৰ পূৰ্বে শাসকীয় দল এন পি পিত মোক্ষম আঘাত
- এন পি পি আৰু তৃণমূল কংগ্ৰেছৰ তিনি বিধায়কৰ পদত্যাগ পত্ৰ দাখিল (3 MLA resignation in Meghalaya)
- এন পিপিৰ বিধায়ক বেনেডিক মাৰাক আৰু ফেয়াৰলেন চাংমাৰ পদত্যাগ
- ইফালে তৃণমূল কংগ্ৰেছৰ বিধায়ক এইছ এম ছাংপ্লিঙৰ পদত্যাগ
- সোমবাৰে বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংদহৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে তিনি বিধায়কে
- অচিৰেই বিজেপিত যোগদান কৰাৰ আনুষ্ঠানিক ঘোষণা কৰে তিনি সদ্য পদত্যাগী বিধায়কে
3 MLA resignation in Meghalaya: বিধানসভা নিৰ্বাচনৰ পূৰ্বে তিনি বিধায়কৰ পদত্যাগ - 2023 চনৰ বিধানসভা নিৰ্বাচন
এন পি পি আৰু তৃণমূল কংগ্ৰেছৰ তিনি বিধায়কৰ পদত্যাগ পত্ৰ দাখিল ৷ অচিৰেই বিজেপিত যোগদানৰ ঘোষণা তিনি সদ্য পদত্যাগী বিধায়কৰ (3 MLA resignation in Meghalaya) ৷
বিধানসভা নিৰ্বাচনৰ পূৰ্বে তিনি বিধায়কৰ পদত্যাগ