ETV Bharat / bharat

দিল্লীত কৰ’ণাত আক্ৰান্ত আৰক্ষীৰ মৃত্যু

কৰ’ণাত আক্ৰান্ত হৈ দিল্লীত আৰক্ষী বিষয়াৰ মৃত্যু ৷ 2015 চনত যোগদান কৰিছিল দিল্লী আৰক্ষীত ৷

দিল্লীত আৰক্ষীৰ মৃত্যু
দিল্লীত আৰক্ষীৰ মৃত্যু
author img

By

Published : Apr 24, 2021, 9:45 AM IST

নেশ্যনেল ডেস্ক,24 এপ্ৰিল: ক’ভিড-19 ত আক্ৰান্ত দিল্লীৰ এগৰাকী 29 বছৰীয়া আৰক্ষী বিষয়াৰ শেহতীয়াকৈ মৃত্যু ঘটে গাজিয়াবাদৰ এখন চিকিৎসালয়ত ৷ মৃত্যু হোৱা আৰক্ষী বিষয়াজন ভাৰত নগৰ থানাত কৰ্মৰত আছিল ৷ আৰক্ষীয়ে জনোৱা মতে, কৰ’ণাত আক্ৰান্ত আৰক্ষী গৰাকীয়ে 15 এপ্ৰিলত কৰ‘ণাত আক্ৰান্ত হৈছিল আৰু 19 এপ্ৰিলত গাজিয়াবাদৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি হৈছিল ৷

আৰক্ষী বিষয়াজনক প্লাজমাৰ যোগান কৰা হৈছিল যদিও কৰ’ণাই হাওঁফাওঁত অত্যাধিক আক্ৰমণ কৰাৰ বাবে মৃত্যু ঘটে ৷ 2 বছৰীয়া কন্যা সন্তানৰ পিতৃ আৰক্ষী বিষয়া গৰাকীয়ে 2015 চনত চাকৰিত যোগদান কৰিছিল ৷

লগতে পঢ়ক : ধেমাজিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.