ETV Bharat / bharat

ধৰ্ষণৰ অভিযোগত গাজিয়াবাদত আটক এজন মুকবধিৰ কিশোৰ

author img

By

Published : Apr 8, 2021, 11:00 AM IST

গাজিয়াবাদ আৰক্ষীয়ে এগৰাকী কিশোৰী ধৰ্ষণ অভিযোগত এজন কিশোৰক আটক কৰিছে ৷ 14 বছৰীয়া কিশোৰ জনৰ বিৰুদ্ধে এগৰাকী 2 বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল ৷ কিশোৰ জনৰ গাজিয়াবাদৰ লনী পৰা আটক কৰা হয় ৷

ধৰ্ষণ অভিযোগত মূকবধি এজন ল'ৰাক আটক গাজিয়াবাদ আৰক্ষীৰ

নিউজে ডেস্ক, 8 এপ্ৰিল : উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰক্ষীয়ে এগৰাকী কিশোৰী ধৰ্ষণ অভিযোগত মুকবধিৰ এজন ল'ৰাক আটক কৰিছে ৷ 14 বছৰীয়া ল'ৰা জনৰ বিৰুদ্ধে এগৰাকী 2 বছৰীয়া কন্যা শিশুক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল ৷ যুৱক জনৰ গাজিয়াবাদৰ লনী পৰা আটক কৰা হয় ৷

উল্লেখ্য যে, আৰক্ষীয়ে সদৰি কৰা মতে শিশুটিয়ে খেলি থকা অৱস্থাতে যৌন নিৰ্যাতন চলায় কিশোৰজনে ৷ 2 বছৰীয়া শিশুটি বৰ্তমান দিল্লীৰ জিটিবি হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক : দেশৰ নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.