ETV Bharat / bharat

চিমলাত ক’ভিডত পাঁচজন লোকৰ মৃত্যু - শিশুৰ মৃত্যু

হিমাচল প্ৰদেশত দেওবাৰে ক’ভিড মহামাৰীৰ ফলত পাঁচজন লোকৰ মৃত্যু হয় ৷ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা আটাইকেইজন ব্যক্তি পঞ্চাশ বছৰৰ উৰ্ধৰ ৷

11-day-old infant dies of Covid in Shimla
চিমলাত ক’ভিডত 11 দিনীয়া শিশুৰ মৃত্যু
author img

By

Published : Jun 7, 2021, 10:42 PM IST

নিউজ ডেস্ক, 7 জুন : হিমাচল প্ৰদেশৰ চিমলাৰ ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত (Indira Gandhi Medical College & Hospital, Shimla) দেওবাৰে ক’ভিড 19 ত আক্ৰান্ত হৈ এটা 11 দিনীয়া শিশুৰ মৃত্যু হয় । শনিবাৰে সন্ধিয়া শিশুটোক দেহত ক’ভিড-19 (Covid-19) ৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ পাছতেই শিশুটোক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হয় ।

হিমাচল প্ৰদেশত দেওবাৰে ক’ভিড মহামাৰী (Covid-19)ৰ ফলত পাঁচজন লোকৰ মৃত্যু হয় ৷ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা আটাইকেইজন ব্যক্তি পঞ্চাশ বছৰ উৰ্ধৰ ৷ ইয়াৰে তিনিগৰাকী ৰোগী চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল ৷

লগতে পঢ়ক : ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰ: বিপ্লৱ দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.