- আগৰতলাত ধৰা পৰিল 11 বাংলাদেশী নাগৰিক
- সোমবাৰে শেষনিশা আগৰতলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাংলাদেশী কেইজনক
- আগৰতলাৰ ৰামনগৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ
- কেইমাহ মানৰ পূৰ্বে বাংলাদেশৰ পৰা আহি প্ৰবেশ কৰিছিল ৰামনগৰত
- ধৃত বাংলাদেশী কেইজনৰ হাতত নাই কোনো পাচপ'ৰ্ট-বৈধ নথিপত্ৰ
- বাংলাদেশী কেইজনৰ পৰা জব্দ ভাৰতীয় আৰু বাংলাদেশী মুদ্ৰা-নোট
- ধৃত বাংলাদেশী কেইজনৰ নাম- জাহিদুল ইছলাম, তাৰিক শ্বেখ,
- মহম্মদ ৰাকিব, মহম্মদ ছোহেইল, ছাহিম আলী,
- শ্বামীন আলী, আব্দুল আৱাল আলী, জেছিম আলী,
- ছামৰুল আলী, ইছমাইল মিঞা, আনোৱাৰ হুছেইন ভূঞা
আগৰতলাত আটক অবৈধভাৱে প্ৰৱেশ কৰা 11 জনকৈ বাংলাদেশী - আগৰতলাৰ ৰামনগৰ
সোমবাৰে শেষনিশা আগৰতলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 11 জনকৈ বাংলাদেশী নাগৰিকক ৷ আগৰতলাৰ ৰামনগৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বাংলাদেশী কেইজনক ৷ কেইমাহ মানৰ পূৰ্বে বাংলাদেশৰ পৰা আহি প্ৰবেশ কৰিছিল ৰামনগৰত ৷
আগৰতলাত ধৃত 11 বাংলাদেশী