ETV Bharat / snippets

কৰিমগঞ্জত উৎকট গৰমে প্ৰাণ ল’লে সুৰক্ষাকৰ্মীৰ

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 6:52 PM IST

DIES OF HEAT STROKE
কৰিমগঞ্জত উৎকট গৰমে প্ৰাণ ল’লে সুৰক্ষাকৰ্মীৰ (Getty Images)

কৰিমগঞ্জ, 26 মে’ : উৎকট গৰমৰ ফলত কৰিমগঞ্জ জিলাৰ বদৰপুৰত মৃত্যু হ’ল এগৰাকীৰ ৷ হিট ষ্ট্ৰ’কত মৃত্যু হয় এগৰাকী ৩৮ বছৰীয়া যুৱকৰ ৷ জানিব পৰা মতে, এটা কোম্পানীৰ মূল গেটত কৰ্মৰত অৱস্থাত নিৰাপত্তাৰক্ষীগৰাকী হঠাতে অসুস্থ হৈ পৰে ৷ নিৰাপত্তাৰক্ষীগৰাকীক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

হিট ষ্ট্ৰ’কত মৃত্যু হোৱা ৩৮ বছৰীয়া যুৱকজন মাত্ৰ দুদিন পূৰ্বে নিৰাপত্তাৰক্ষীত যোগদান কৰা অমৰ সিনহা । তেওঁ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.