ETV Bharat / snippets

পুৰণি পেঞ্চন পলিচি পুনৰ ঘূৰাই অনাৰ দাবীত ৰে'লৱে কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 10:18 PM IST

Railway employees protest demanding restoration of Old Pension Scheme
পুৰণি পেঞ্চন পলিচি পুনৰ ঘূৰাই অনাৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া, ১০ জুলাই: বুধবাৰে তিনিচুকীয়াত এন. এফ. ৰে’লৱে এমপ্লৱেজ ইউনিয়নে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ তিনিচুকীয়াৰ ডি আৰ এম কাৰ্যালয়ৰ সন্মুখত এন এফ ৰে’লৱে এমপ্লয়িজ ইউনিয়নৰ তিনিচুকীয়া মণ্ডল সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদৰ জৰিয়তে এন এফ ৰে’লৱে এমপ্লয়িজ ইউনিয়নে পুৰণি পেঞ্চন পলিচি পুনৰ ঘূৰাই অনাৰ দাবী উত্থাপন কৰে ৷

প্ৰতিবাদৰ সময়ত ইউনিয়নৰ কৰ্মচাৰীসকলে বিভিন্ন দাবী সমাধান কৰাৰ দাবী সম্বলিত শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে পুৰণি পেঞ্চন পলিচি পুনৰ ঘূৰাই নানিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.