ETV Bharat / snippets

প্ৰেমিকাক অন্তঃসত্বা কৰি প্ৰেমিকৰ পলায়ন

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 8:16 PM IST

Boyfriend escape after his girlfriend pregnant at Gulokganj, Dhuburi
প্ৰেমিকাক অন্তঃসত্বা কৰি প্ৰেমিকৰ পলায়ন (ETV Bharat Assam)

ধুবুৰী, ২৪ আগষ্ট : ৰাজ্যত ইটোৰ পিচত সিটোকৈ সংঘটিত হৈছে নাৰকীয়া ধৰ্ষণকাণ্ড ৷ এই ঘটনাৰ বাতৰি প্ৰথমে শিৱসাগৰ তাৰ পিছত ধিং, তিনচুকীয়া, তেজপুৰ, হোজাই, বঙাইগাঁও, কোকৰাঝাৰত ইয়াৰ মাজতে ধুবুৰীৰ পৰাও আহিছে । ধুবুৰীত এইবাৰ আনোৱাৰ হুছেইনৰ কু-কাণ্ড । বিয়াৰ প্ৰলোভন দি প্ৰেমিকাৰ সৈতে কৰিলে কু-কৰ্ম । ঘটনা পোহৰলৈ অহাত পলায়ন কৰে আনোৱাৰে । সম্প্ৰতি দুমাহৰ অন্তঃসত্ত্বা কিশোৰীগৰাকী ।

ভুক্তভোগীৰ পৰিয়ালে ন্যায় বিচাৰি গোলকগঞ্জ থানাত দাখিল কৰে এজাহাৰ । নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক প্ৰেমৰ চলেৰে ধৰ্ষণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ । ইতিমধ্যে আনোৱাৰৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.