ETV Bharat / snippets

মঙলদৈত দুৰ্ঘটনা : থিতাতে প্ৰাণ গ'ল দুজনৰ

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 9:22 PM IST

Men died in Mangaldoi road Accident
পথ দুৰ্ঘটনা (ETV Bharat)

দৰং, 27 আগষ্ট : মঙলদৈ ডাকচকীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা প্ৰায় 1 বজাত সংঘটিত হয় এক দুৰ্ঘটনা । AS01HC7522 নম্বৰৰ এখন ট্ৰাকৰ পিছফালে AS01BB4619 নম্বৰৰ বাইকখনে খুন্দা মাৰে ৷ ফলত থিতাতে নিহত হয় দুই বাইক আৰোহী ৷ নিহত দুই ব্যক্তি খাৰুপেটীয়াৰ বিশ্বনাথ দাস আৰু গুৱাহাটীৰ মিলনজ্যোতি ডেকা বুলি চিনাক্ত কৰা হৈছে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিহত দুয়োজন মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ তাতেই সম্পন্ন হয় বিশ্বনাথ আৰু মিলনৰ মৰণোত্তৰ পৰীক্ষা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.