ETV Bharat / snippets

বিহপুৰীয়াত ট্ৰেক্টৰ দুৰ্ঘটনা; নিহত চালক

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 7:21 AM IST

Tractor accidents
বিহপুৰীয়াত ট্ৰেক্টৰ দুৰ্ঘটনা; নিহত চালক (ETV Bharat)

বিহপুৰীয়া, 30 আগষ্ট : লখিমপুৰ জিলাৰ বিহপুৰীয়াত বৃহস্পতিবাৰে এক ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত এজন লোক থিতাতে নিহত । দুপৰীয়াৰ ভাগত মৰনৈ গ্ৰেজিং অঞ্চলৰ ডিক্ৰং নৈ মথাউৰিত সংঘটিত হয় এই অঘটনটো । দুৰ্ঘটনাত নিহত হোৱা লোকজন হৈছে হৰেন পাৱে ৷ জানিব পৰা মতে, নিহত পাৱে হৈছে দুৰ্ঘটনাত পতিত হোৱা ট্ৰেক্টৰখনৰ চালক ৷ ঘটনাৰ খবৰ লাভ কৰি উক্ত স্থানত বিহপুৰীয়া আৰক্ষী উপস্থিত হৈ নিহত চালকজনক উদ্ধাৰ কৰি যাৱতীয় যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.