ETV Bharat / snippets

বিধায়ক ভূপেন বড়োৰ ঘৰৰ সমুখত প্ৰচণ্ড শব্দ: গুলীচালনাৰ সন্দেহ

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 10:57 AM IST

loud noise in front of UPPL MLA Bhupen Baro's home;  Shooting is suspected
বাক্সাৰ বৰমাত বিধায়ক ভূপেন বড়োৰ ঘৰত নিশা চাঞ্চল্যকৰ ঘটনা (ETV Bharat)

বাক্সা, 3 আগষ্ট: বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ বাসগৃহৰ সম্মুখত প্ৰচণ্ড শব্দ । বিধায়ক ভূপেন বড়োক বিধায়ক আৱাসত থৈ বাহনখন বৰমাৰ বাসগৃহ পোৱাৰ সময়তে সংঘটিত হয় এই ঘটনাটো । ঘটনাৰ সময়ত ঘৰত নাছিল বিধায়ক ভূপেন বড়ো ।

পৰিয়াল আৰু ৰাইজে সেয়া গুলীচালনাৰ শব্দ বুলি সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে বিধায়কগৰাকীৰ বাসগৃহত বাক্সা আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । গাড়ীৰ চকাৰ তলত শিলগুটি পৰাৰ ফলত সেয়া চিটিকি গৈ শব্দ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.