ETV Bharat / snippets

১ কোটি টকাৰ হে'ৰইনসহ আৰক্ষীৰ জালত চাৰিটা সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 9:16 PM IST

DRUGS PEDDLERS DETAINED IN TEZPUR
হে'ৰইনসহ আৰক্ষীৰ জালত চাৰিটা সৰবৰাহকাৰী (ETV BHARAT ASSAM)

তেজপুৰ, ১৫ জুলাই : শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষক দেৱাশীষ কায়স্থ আৰু তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ বেজবৰুৱাৰ নেতৃত্বত চলোৱা এক অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ অভিযানত 4 টা সৰবৰাহকাৰীক আটক কৰাৰ লগতে ৫০ টা চাবোনৰ বাকচত ভৰাই অনা হে'ৰইনৰ পেকেট জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা হে'ৰইনখিনিৰ ওজন ৬১১ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীকেইটা বঙালমৰাৰ ৰাজীৱ ইছলাম, ফইজুল ইছলাম, চেংমাৰীৰ ফকৰুদ্দিন আলী আৰু হোজাই ডবকাৰ জিয়াবুৰ ৰহমান ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.